Codebase list gnome-user-docs / 3f33ec4
Assamese translation updated Nilamdyuti Goswami 10 years ago
1 changed file(s) with 326 addition(s) and 8 deletion(s). Raw diff Collapse all Expand all
11 msgid ""
22 msgstr ""
33 "Project-Id-Version: \n"
4 "POT-Creation-Date: 2013-12-02 06:58+0000\n"
5 "PO-Revision-Date: 2013-12-02 20:38+0630\n"
4 "POT-Creation-Date: 2013-12-02 15:06+0000\n"
5 "PO-Revision-Date: 2013-12-03 20:02+0630\n"
66 "Last-Translator: Nilamdyuti Goswami <ngoswami@redhat.com>\n"
77 "Language-Team: Assamese <kde-i18n-doc@kde.org>\n"
88 "Language: as_IN\n"
24042404 "music player, and your email program. These are replaceable, but may take a "
24052405 "while to recreate."
24062406 msgstr ""
2407 "ই আপুনি আপোনাৰ ডেস্কটপত কৰা ৰঙ, পটভূমি, পৰ্দাৰ বিভেদন আৰু মাউছ সংহতিসমূহলৈ কৰা "
2408 "পৰিবৰ্তনসমূহ অন্তৰ্ভুক্ত কৰে। ই লগতে এপ্লিকেচন পছন্দসমূহ, যেনে <app>LibreOffice</"
2409 "app>, আপোনাৰ সংগিত প্লেয়াৰ, আৰু আপোনাৰ ইমেইল প্ৰগ্ৰামৰ সংহতিসমূহ অন্তৰ্ভুক্ত কৰে। "
2410 "এইবোৰ প্ৰতিস্থাপন কৰিব পাৰি, কিন্তু পুনৰ সৃষ্টি কৰোতে অলপ সময় লাগিব পাৰে।"
24072411
24082412 #. (itstool) path: item/title
24092413 #: C/backup-what.page:51
24182422 "if you use your computer as a server, then you may wish to back up these "
24192423 "settings."
24202424 msgstr ""
2425 "বেছিৰভাগ মানুহে ইনস্টলেষণৰ সময়ত সৃষ্টি হোৱা চিস্টেম সংহতিসমূহ পৰিবৰ্তন নকৰে। যদি "
2426 "আপুনি কিবা কাৰণত চিস্টেম সংহতিসমূহ স্বনিৰ্বাচন কৰে, অথবা আপুনি আপোনাৰ কমপিউটাৰক "
2427 "এটা চাৰ্ভাৰ ৰূপে ব্যৱহাৰ কৰে, তেন্তে আপুনি এই সংহতিসমূহ বেকআপ কৰিব পাৰে।"
24212428
24222429 #. (itstool) path: item/title
24232430 #: C/backup-what.page:59
24412448 "are easy to replace, on the other hand, you may not want to use up disk "
24422449 "space by having backups of them."
24432450 msgstr ""
2451 "সাধাৰণত, আপুনি অপ্ৰতিস্থাপনযোগ্য ফাইলসমূহ আৰু ফাইলসমূহ যাক এটা বেকআপৰ অবিহনে "
2452 "প্ৰতিস্থাপন কৰিবলৈ বহুত সময় লাগে। যদি বস্তুবোৰ প্ৰতিস্থাপন কৰিবলৈ সহজ হয়, তেন্তে, "
2453 "আপুনি সিহতৰ বেকআপ লৈ ডিস্ক স্থান ব্যৱহাৰ কৰিব নিবিচাৰিব পাৰে।"
24442454
24452455 #. (itstool) path: info/desc
24462456 #: C/backup-where.page:7
24702480 "keep the backup in the same building as your computer. If there is a fire or "
24712481 "theft, both copies of the data could be lost if they are kept together."
24722482 msgstr ""
2483 "আপুনি আপোনাৰ ফাইলসমূহৰ বেকআপ কপিবোৰ আপোনাৰ কমপিউটাৰৰ বাহিৰে অন্য স্থানত থব লাগে "
2484 "- এটা বহিৰ্তম হাৰ্ড ডিস্ক, উদাহৰণস্বৰূপ। সেই ধৰণে, যদি কমপিউটাৰ ক্ষতিগ্ৰস্থ হয়, "
2485 "তথাপিও বেকআপ ঠিক থাকিব। সৰ্বাধিক সুৰক্ষাৰ বাবে, আপুনি বেকআপক আপোনাৰ কমপিউটাৰ থকা "
2486 "ঠাইত থব নালাগে। যদি জুই লাগে অথবা চুৰি হয়, তথ্যৰ দুয়োটা কপি হেৰুৱাব যদি একেলগে "
2487 "থোৱা হয়।"
24732488
24742489 #. (itstool) path: page/p
24752490 #: C/backup-where.page:31
24782493 "need to store your backups on a device that has sufficient disk capacity for "
24792494 "all of the backed-up files."
24802495 msgstr ""
2496 "এটা সঠিক <em>backup medium</em> নিৰ্বাচন কৰাটো গুৰুত্বপূৰ্ণ। আপুনি আপোনাৰ বেকআপসমূহক "
2497 "এনে এটা ডিভাইচত থব লাগে যাৰ সকলো বেক আপ ফাইলসমূৰ বাবে পৰ্যাপ্ত স্থান থাকে।"
24812498
24822499 #. (itstool) path: list/title
24832500 #: C/backup-where.page:36
25212538 "link> or <link href=\"https://one.ubuntu.com/\">Ubuntu One</link>, for "
25222539 "example; capacity depends on price)"
25232540 msgstr ""
2541 "অনলাইন বেকআপ সেৱা (<link href=\"http://aws.amazon.com/s3/\">Amazon S3</"
2542 "link> অথবা <link href=\"https://one.ubuntu.com/\">Ubuntu One</link>, "
2543 "উদাহৰণস্বৰূপ ; ক্ষমতা দামৰ ওপৰত নিৰ্ভৰ কৰে)"
25242544
25252545 #. (itstool) path: page/p
25262546 #: C/backup-where.page:62
1122711247 "Support for that file format might not be installed or the songs could be "
1122811248 "\"copy protected\"."
1122911249 msgstr ""
11250 "সেই ফাইল বিন্যাসৰ বাবপ সমৰ্থন ইনস্টল নাথাকিব পাৰে অথবা গানবোৰ \"কপি সুৰক্ষিত\" "
11251 "থাকিব পাৰে।"
1123011252
1123111253 #. (itstool) path: page/title
1123211254 #: C/music-cantplay-drm.page:17
1124011262 "play on your computer, especially if you bought it on a Windows or Mac OS "
1124111263 "computer and then copied it over."
1124211264 msgstr ""
11265 "যদি আপুনি এটা অনলাইন ভঁৰালৰ পৰা কিছুমান সংগিত ডাউনল'ড কৰিছে আপুনি অনুভৱ কৰিব যে "
11266 "ইয়াক আপোনাৰ কমপিউটাৰত চলাব নোৱাৰি, বিশেষভাৱে যদি আপুনি ইয়াক এটা Windows অথবা "
11267 "Mac OS কমপিউটাৰত কিনিছিল আৰু ইয়াক পিছত কপি কৰিছিল।"
1124311268
1124411269 #. (itstool) path: page/p
1124511270 #: C/music-cantplay-drm.page:21
1127211297 "You can learn more about DRM from the <link href=\"http://www.eff.org/issues/"
1127311298 "drm\">Electronic Frontier Foundation</link>."
1127411299 msgstr ""
11300 "আপুনি <link href=\"http://www.eff.org/issues/drm\">Electronic Frontier "
11301 "Foundation</link> ৰ পৰা DRM ৰ পৰা অধিক জানিব পাৰিব।"
1127511302
1127611303 #. (itstool) path: info/desc
1127711304 #: C/music-player-ipodtransfer.page:13
1130511332 "\"files-removedrive\">safely remove it</link>. This will make sure that all "
1130611333 "of the songs have been copied across properly."
1130711334 msgstr ""
11335 "আপুনি iPod আনপ্লাগ কৰাৰ আগত গানবোৰৰ কপি সম্পূৰ্ণ হবলৈ অপেক্ষা কৰিব লাগিব। iPod "
11336 "আনপ্লাগ কৰাৰ আগত, আপুনি <link xref=\"files-removedrive\">ইয়াক সুৰক্ষিতভাৱে "
11337 "আতৰাওক</link> নিৰ্বাচন কৰাটো সুনিশ্চিত কৰক। ই সকলো গান সঠিকভাৱে কপি হোৱাটো "
11338 "সুনিশ্চিত কৰিব।"
1130811339
1130911340 #. (itstool) path: page/p
1131011341 #: C/music-player-ipodtransfer.page:23
1132611357 "Brand-new iPods need to be set-up using the iTunes software before you can "
1132711358 "use them."
1132811359 msgstr ""
11360 "একদম-নতুন iPods ক ব্যৱহাৰ কৰাৰ আগত iTunes চফ্টৱেৰ ব্যৱহাৰ কৰি সংস্থাপন কৰিব লাগিব।"
1132911361
1133011362 #. (itstool) path: page/title
1133111363 #: C/music-player-newipod.page:17
1134011372 "This is because iPods need to be set up and updated using the <app>iTunes</"
1134111373 "app> software, which only runs on Windows and Mac OS."
1134211374 msgstr ""
11375 "যদি আপোনাৰ এটা নতুন iPod আছে যাক আগতে কেতিয়াও এটা কমপিউটাৰৰ সৈতে সংযোগ কৰা "
11376 "হোৱা নাই, ইয়াক এটা Linux কমপিউটাৰৰ সৈতে সংযোগ কৰোতে সঠিকভাৱে চিনাক্ত নহব। "
11377 "ইয়াৰ কাৰণ হল iPods ক <app>iTunes</app> চফ্টৱেৰ ব্যৱহাৰ কৰি সংস্থাপন আৰু আপডেইট "
11378 "কৰিব লাগে, যি কেৱল Windows আৰু Mac OS ত চলে।"
1134311379
1134411380 #. (itstool) path: page/p
1134511381 #: C/music-player-newipod.page:21
1134911385 "<gui>Volume Format</gui>, choose <gui>MS-DOS (FAT)</gui>, <gui>Windows</gui> "
1135011386 "or similar. The other format (HFS/Mac) does not work as well with Linux."
1135111387 msgstr ""
11388 "আপোনাৰ iPod ক সংস্থাপন কৰিবলৈ, এটা Windows অথবা Mac কমপিউটাৰত iTunes ইনস্টল "
11389 "কৰক আৰু ইয়াক প্লাগ কৰক। ইয়াক সংস্থাপন কৰিবলৈ আপুনি কেইটিমান স্তৰ অনুকৰণ কৰিব "
11390 "লাগিব। যদি <gui>ভলিউম বিন্যাস</gui> ৰ বিষয়ে সোধা হয়, <gui>MS-DOS (FAT)</gui>, "
11391 "<gui>Windows</gui> অথবা সদৃশ বাছক। অন্য বিন্যাস (HFS/Mac) Linuxৰ সৈতে ভালদৰে "
11392 "কাম নকৰে।"
1135211393
1135311394 #. (itstool) path: page/p
1135411395 #: C/music-player-newipod.page:23
1138011421 "can't see it in your music organizer application, it may not have been "
1138111422 "properly recognized as an audio player."
1138211423 msgstr ""
11424 "যদি আপোনাৰ অডিঅ' প্লেয়াৰ (MP3 প্লেয়াৰ ইত্যাদি) আপোনাৰ কমপিউটাৰত প্লাগ ইন কৰা আছে "
11425 "কিন্তু আপুনি আপোনাৰ সংগিত সংঘঠক এপ্লিকেচনত দেখি পোৱা নাই, ইয়াক হয়তো সঠিকভাৱে এটা "
11426 "অডিঅ' প্লেয়াৰ ৰূপে চিনাক্ত কৰা হোৱা নাই।"
1138311427
1138411428 #. (itstool) path: page/p
1138511429 #: C/music-player-notrecognized.page:22
1140211446 "time it should have been recognized as an audio player by your music "
1140311447 "organizer. If not, try closing the music organizer and then re-opening it."
1140411448 msgstr ""
11449 "এতিয়া, ফাইল ব্যৱস্থাপক কাষবাৰত অডিঅ' প্লেয়াৰ বাছক আৰু ইয়াক উলিৱাওক (ৰাইট-ক্লিক "
11450 "কৰি <gui>উলিৱাওক</gui> ক্লিক কৰক)। ইয়াক আনপ্লাগ কৰক, তাৰ পিছত ইয়াক পুৰ প্লাগ "
11451 "কৰক। এইবাৰ ইয়াক আপোনাৰ সংগিত সংঘঠক দ্বাৰা এটা অডিঅ' প্লেয়াৰ ৰূপে চিনাক্ত হব "
11452 "লাগে। যদি নহয়, সংগিত সংঘঠকক বন্ধ কৰি আকৌ খোলি চাওক।"
1140511453
1140611454 #. (itstool) path: note/p
1140711455 #: C/music-player-notrecognized.page:27
1141011458 "should work if your player is a <em>USB Mass Storage</em> device, though; it "
1141111459 "should say in its manual if it is."
1141211460 msgstr ""
11461 "এই নিৰ্দেশসমূহ iPods আৰু অন্য কিছুমান অডিঅ' প্লেয়াৰসমূহৰ বাবে কাৰ্য্য নকৰে। সিহত "
11462 "কাৰ্য্য কৰিব যদি আপোনাৰ প্লেয়াৰ এটা <em>USB Mass Storage</em> ডিভাইচ তেন্তে "
11463 "নিৰ্দেশসমূহ কাৰ্য্য কৰিব, যদিও; এনেকুৱা হাতপুথিত কোৱা হব লাগিব।"
1141311464
1141411465 #. (itstool) path: note/p
1141511466 #: C/music-player-notrecognized.page:31
1142011471 "there by clicking <guiseq><gui>View</gui><gui>Show Hidden Files</gui></"
1142111472 "guiseq>."
1142211473 msgstr ""
11474 "যেতিয়া আপুনি অডিঅ'প্লেয়াৰ ফোল্ডাৰ দৰ্শন কৰে, আপুনি <input>.is_audio_player</"
11475 "input> ফাইল দেখি নাপাব। ইয়াৰ কাৰণ ফাইল নামত পিৰিয়ড (.) এ ফাইল ব্যৱস্থাপকক ইয়াক "
11476 "লুকুৱাবলৈ কয়। আপুনি ইয়াক <guiseq><gui>দৰ্শন কৰক</gui><gui>লুকুৱা ফাইলসমূহ দেখুৱাওক</"
11477 "gui></guiseq> ক্লিক কৰি চাব পাৰিব।"
1142311478
1142411479 #. (itstool) path: info/desc
1142511480 #: C/nautilus-behavior.page:8
1142711482 "Single-click to open files, run or view executable text files, and specify "
1142811483 "trash behavior."
1142911484 msgstr ""
11485 "ফাইলসমূহ খোলিবলৈ, লিখনী ফাইলসমূহ চলাবলৈ অথবা দৰ্শন কৰিবলৈ, আৰু আবৰ্জনাৰ ব্যৱহাৰ "
11486 "ধাৰ্য্য কৰিবলৈ এবাৰ-ক্লিক কৰক।"
1143011487
1143111488 #. (itstool) path: credit/name
1143211489 #: C/nautilus-behavior.page:26
1144611503 "gui> in the top bar, pick <gui>Preferences</gui> and select the "
1144711504 "<gui>Behavior</gui> tab."
1144811505 msgstr ""
11506 "আপুনি ফাইলসমূহ এবাৰ-ক্লিক কৰিব নে দুবাৰ-ক্লিক কৰিব, এক্সিকিউটেবুল লিখনী ফাইলসমূহ "
11507 "কেনেকৈ নিয়ন্ত্ৰণ কৰা হব, আৰু আবৰ্জনাৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব পাৰিব। ওপৰ বাৰত "
11508 "<gui>ফাইলসমূহ</gui> ক্লিক কৰক, <gui>পছন্দসমূহ</gui> ক্লিক কৰক আৰু <gui>ব্যৱহাৰ</"
11509 "gui> টেব বাছক।"
1144911510
1145011511 #. (itstool) path: section/title
1145111512 #: C/nautilus-behavior.page:38
1147011531 "When you use single-click mode, you can hold down the <key>Ctrl</key> key "
1147111532 "while clicking to select one or more files."
1147211533 msgstr ""
11534 "অবিকল্পিতভাৱে, এবাৰ ক্লিক কৰিলে ফাইলসমূহ নিৰ্বাচন হয় আৰু দুবাৰ ক্লিকত সিহত খোল খায়। "
11535 "ইয়ৰা পৰিৱৰ্তে আপুনি এবাৰ ক্লিকত ফাইল আৰু ফোল্ডাৰসমূহ খোলিবলৈ নিৰ্বাচন কৰিব পাৰে। "
11536 "যেতিয়া আপুনি এবাৰ-ক্লিক অৱস্থা ব্যৱহাৰ কৰে, এটা অথবা অধিক ফাইলসমূহ নিৰ্বাচন কৰিবলৈ "
11537 "আপুনি <key>Ctrl</key> কি ধৰি থৈ ক্লিক কৰিব পাৰে।"
1147311538
1147411539 #. (itstool) path: section/title
1147511540 #: C/nautilus-behavior.page:52
1170811773 "convenient way to download or upload files on the internet, or to share "
1170911774 "files with other people on your local network."
1171011775 msgstr ""
11776 "আপুনি এটা চাৰ্ভাৰ অথবা নেটৱাৰ্ক ছেয়াৰৰ সৈতে অংয়োগ কৰিব পাৰে আৰু সেই চাৰ্ভাৰৰ "
11777 "ফাইলসমূহ ব্ৰাউছ আৰু দৰ্শন কৰিব পাৰে, যেন সিহত আপোনাৰ কমপিউটাৰত আছে। ই ইন্টাৰনেটৰ "
11778 "পৰা ফাইলসমূহ ডাউনল'ড কৰাৰ অথবা আপল'ড কৰাৰ, অথবা আপোনাৰ স্থানীয় নেটৱাৰ্কত অন্য "
11779 "মানুহৰ সৈতে ফাইলসমূহ অংশীদাৰী কৰাৰ এটা সহজ পদ্ধতি।"
1171111780
1171211781 #. (itstool) path: page/p
1171311782 #: C/nautilus-connect.page:33
1176211831 "computer. The server will also be added to the sidebar so you can access it "
1176311832 "quickly in the future"
1176411833 msgstr ""
11834 "<gui>সংযোগ কৰক</gui> ক্লিক কৰক। এটা নতুন উইন্ডো খোল খাব য'ত আপুনি চাৰ্ভাৰৰ "
11835 "ফাইলসমূহ দেখি পাব। আপুনি ফাইলসমূহক নিজৰ কমপিউটাৰৰ নিচিনা ব্ৰাউছ কৰিব পাৰিব। "
11836 "চাৰ্ভাৰক লগতে কাষবাৰত যোগ কৰা হব যাতে আপুনি ভৱিষ্যতত ইয়াক দ্ৰুত অভিগম কৰিব পাৰে।"
1176511837
1176611838 #. (itstool) path: section/title
1176711839 #: C/nautilus-connect.page:62
1179011862 "<em>example.com</em> portion of the address is called the <em>domain name</"
1179111863 "em>. If a username is required, it is inserted before the server name:"
1179211864 msgstr ""
11865 "<em>আঁচনি</em> এ প্ৰটোকল অথবা চাৰ্ভাৰৰ ধৰণ ধাৰ্য্য কৰে। ঠিকনাৰ <em>example.com</"
11866 "em>অংশক <em>ডমেইন নাম</em> কোৱা হয়। যদি এটা ব্যৱহাৰকাৰীনামী প্ৰয়োজন হয়, ইয়াক "
11867 "চাৰ্ভাৰ নামৰ আগত সুমুৱা হয়:"
1179311868
1179411869 #. (itstool) path: example/p
1179511870 #: C/nautilus-connect.page:73
1182711902 "allow anybody to connect. Other servers require you to log in with a "
1182811903 "username and password."
1182911904 msgstr ""
11905 "আপুনি বিভিন্ন ধৰণৰ চাৰ্ভাৰৰ সৈতে সংযোগ কৰিব পাৰিব। কিছুমান চাৰ্ভাৰ ৰাজহুৱা হয়, আৰু "
11906 "যিকোনো মানুহক সংযোগ কৰাৰ অনুমতি দিয়ে। অন্য চাৰ্ভাৰৰ বাবে আপুনি এটা ব্যৱহাৰকাৰীনাম "
11907 "আৰু পাছৱাৰ্ডৰ সৈতে লগ ইন কৰিব লাগিব।"
1183011908
1183111909 #. (itstool) path: section/p
1183211910 #: C/nautilus-connect.page:88
1185911937 "using this method. Many web hosts provide SSH accounts to members so they "
1186011938 "can securely upload files. SSH servers always require you to log in."
1186111939 msgstr ""
11940 "যদি আপোনাৰ চাৰ্ভাৰত এটা <em>secure shell</em> একাওন্ট আছে, আপুনি এই পদ্ধতি "
11941 "ব্যৱহাৰ কৰি সংযোগ কৰিব পাৰিব। নহুতো ৱেব হস্টে সদস্যসকলৰ বাবে SSH একাওন্টসমূহ প্ৰদান "
11942 "কৰে যাতে সিহতে সুৰক্ষিতভাৱে ফাইলসমূহ আপল'ড কৰিব পাৰে। SSH চাৰ্ভাৰসমূহৰ বাবে আপুনি "
11943 "লগ ইন থাকিব লাগিব।"
1186211944
1186311945 #. (itstool) path: item/p
1186411946 #: C/nautilus-connect.page:100
1189311975 "download files. FTP sites with logins will usually allow you to delete and "
1189411976 "upload files."
1189511977 msgstr ""
11978 "FTP ইন্টাৰনেটত ফাইলসমূহ বিনিময় কৰাৰ এটা জনপ্ৰিয় পদ্ধতি। যিহেতু তথ্য FTP ৰে ইনক্ৰিপ্ট "
11979 "কৰা নহয়, বহুতো চাৰ্ভাৰে এতিয়া SSH ৰ সহায়ত অভিগম প্ৰদান কৰে। কিছুমান চাৰ্ভাৰত, "
11980 "এতিয়াও, আপুনি ফাইলসমূহ আপল'ড অথবা ডাউনল'ড কৰিবলৈ FTP ব্যৱহাৰ কৰিব লাগিব। "
11981 "লগিনসমূহৰ সৈতে FTP ছাইটসমূহে সাধাৰণত আপোনাক ফাইলসমূহ মচাৰ আৰু আপল'ড কৰাৰ অনুমতি "
11982 "দিয়ে।"
1189611983
1189711984 #. (itstool) path: item/p
1189811985 #: C/nautilus-connect.page:119
1191612003 "anonymous FTP access. These servers do not require a username and password, "
1191712004 "and will usually not allow you to delete or upload files."
1191812005 msgstr ""
12006 "ছাইটসমূহ যি আপোনাক ফাইলসমূহ ডাউনল'ড কৰাৰ অনুমতি কেতিয়াবা ৰাজহুৱা অথবা বেনামী FTP "
12007 "অভিগম প্ৰদান কৰে। এই চাৰ্ভাৰসমূহৰ এটা ব্যৱহাৰকাৰীনাম অথবা পাছৱাৰ্ডৰ প্ৰয়োজন নহয়, "
12008 "আৰু সাধাৰণত আপোনাক ফাইলসমূহ মচাৰ অথবা আপল'ড কৰাৰ অনুমতি নিদিয়ে।"
1191912009
1192012010 #. (itstool) path: item/p
1192112011 #: C/nautilus-connect.page:130
1193512025 "password. For these servers, use the <gui>FTP (with login)</gui> method, and "
1193612026 "use the credentials specified by the FTP site."
1193712027 msgstr ""
12028 "কিছুমান বেনামী FTP ছাইটত আপুনি এটা ৰাজহুৱা ব্যৱহাৰকাৰীনাম আৰু পাছৱাৰ্ডৰ সৈতে লগ ইন "
12029 "কৰিব লাগিব, অথবা এটা ৰাজহুৱা ব্যৱহাৰকাৰীনামৰ সৈতে য'ত আপোনাৰ ইমেইল ঠিকনাক "
12030 "পাছৱাৰ্ড ৰূপে ব্যৱহাৰ কৰা হৈছে। এই চাৰ্ভাৰসমূহৰ বাবে, <gui>FTP (লগিনৰ সৈতে)</gui> "
12031 "পদ্ধতি ব্যৱহাৰ কৰক, আৰু FTP ছাইট দ্বাৰা ধাৰ্য্য কৰা তথ্যসমূহ ব্যৱহাৰ কৰক।"
1193812032
1193912033 #. (itstool) path: item/title
1194012034 #: C/nautilus-connect.page:141
1203912133 "example, if you often need to see who owns a file or when it was last "
1204012134 "modified."
1204112135 msgstr ""
12136 "যেতিয়া আপুনি আইকন দৰ্শন ব্যৱহাৰ কৰে, আপুনি প্ৰতিটো আইকনৰ তলত এটা কেপষণত প্ৰদৰ্শিত "
12137 "ফাইল আৰু ফোল্ডাৰসমূহৰ বিষয়ে অতিৰিক্ত তথ্য পাব পাৰিব। ই উপযোগী, উদাহৰণস্বৰূপ, যদি "
12138 "আপুনি চাব বিচাৰে এটা ফাইল কাৰ অধিনত আছে অথবা ইয়াক সৰ্বশেষ কেতিয়া পৰিবৰ্তন কৰা "
12139 "হৈছিল।"
1204212140
1204312141 #. (itstool) path: section/p
1204412142 #: C/nautilus-display.page:42
1261412712 "In addition, you can use the <gui>Only for files smaller than</gui> setting "
1261512713 "to limit the size of files previewed."
1261612714 msgstr ""
12715 "অতিৰিক্তভাৱে, পূৰ্বদৰ্শন কৰা ফাইলসমূহৰ আকাৰ সীমিত কৰিবলৈ আপুনি <gui>কেৱল চিহ্নিত "
12716 "আকাৰতকৈ কম ফাইলসমূহৰ বাবে</gui> সংহতি ব্যৱহাৰ কৰিব পাৰিব।"
1261712717
1261812718 #. (itstool) path: item/p
1261912719 #: C/nautilus-preview.page:48
1270712807 "By default, the file manager no longer shows all folders before files. To "
1270812808 "see all folders listed before files, enable this option."
1270912809 msgstr ""
12810 "অবিকল্পিতভাৱে, ফাইল ব্যৱস্থাপকে ফাইলসমূহৰ আগত ফোল্ডাৰসমূহ নেদেখুৱায়। ফাইলসমূহৰ আগত "
12811 "তালিকাভুক্ত সকলো ফোল্ডাৰ চাবলৈ, এই বিকল্পক সামৰ্থবান কৰক।"
1271012812
1271112813 #. (itstool) path: title/gui
1271212814 #: C/nautilus-views.page:76
1272012822 "link> and folders by default. You can always show hidden files by selecting "
1272112823 "this option."
1272212824 msgstr ""
12825 "ফাইল ব্যৱস্থাপকে অবিকল্পিতভাৱে <link xref=\"files-hidden\">লুকুৱা ফাইলসমূহ</link> "
12826 "আৰু ফোল্ডাৰসমূহ প্ৰদৰ্শন নকৰে। আপুনি এই বিকল্পক নিৰ্বাচন কৰি লুকুৱা ফাইলসমূহ সদায় "
12827 "দেখুৱাব পাৰিব।"
1272312828
1272412829 #. (itstool) path: item/p
1272512830 #. TRANSLATORS: use the translation of the tooltip for the downwards
1273112836 "<gui>Show Hidden Files</gui>, from the <media type=\"image\" src=\"figures/"
1273212837 "go-down.png\">View options</media> menu in the toolbar."
1273312838 msgstr ""
12839 "আপুনি সঁজুলিবাৰত <media type=\"image\" src=\"figures/go-down.png\">বিকল্পসমূহ "
12840 "চাওক</media> মেনুৰ পৰা, <gui>লুকুৱা ফাইলসমূহ দেখুৱাওক</gui> নিৰ্বাচন কৰি এটা সূকীয়া "
12841 "উইন্ডোত লুকুৱা ফাইলসমূহ দেখুৱাব পাৰিব।"
1273412842
1273512843 #. (itstool) path: section/title
1273612844 #: C/nautilus-views.page:91
1276212870 "In icon view, more or fewer <link xref=\"nautilus-display#icon-captions"
1276312871 "\">captions</link> are shown based on your zoom level."
1276412872 msgstr ""
12873 "আইকন দৰ্শনত, আপোনাৰ জুম স্তৰৰ ওপৰত নিৰ্ভৰ কৰি অধিক অথবা কম <link xref=\"nautilus-"
12874 "display#icon-captions\">কেপষণসমূহ</link> দেখুৱা হয়।"
1276512875
1276612876 #. (itstool) path: section/title
1276712877 #: C/nautilus-views.page:112
1281812928 "Whatever the reason, Linux viruses are so rare that you don't really need to "
1281912929 "worry about them at the moment."
1282012930 msgstr ""
12931 "কাৰণ যিয়েই নহওক, Linux ভাইৰাচসমূহ ইমানেই দূৰ্লভ যে আপুনি এই মূহৰ্তত তাৰ বিষয়ে "
12932 "ভাৱিব নালাগে।"
1282112933
1282212934 #. (itstool) path: page/p
1282312935 #: C/net-antivirus.page:28
1288012992 msgid ""
1288112993 "Choose <gui>Default Applications</gui> from the list on the left side of the "
1288212994 "window."
12883 msgstr "বাঁওফালৰ তালিকাৰ পৰা <gui>বেতাঁৰ</gui> বাছক।"
12995 msgstr ""
12996 "<gui>বিৱৰণসমূহ</gui> খোলক আৰু উইন্ডোৰ বাঁও ফালৰ তালিকাৰ পৰা <gui>অবিকল্পিত "
12997 "এপ্লিকেচনসমূহ</gui> বাছক।"
1288412998
1288512999 #. (itstool) path: item/p
1288613000 #: C/net-default-browser.page:50
1288813002 "Choose which web browser you would like links to be opened in by changing "
1288913003 "the <gui>Web</gui> option."
1289013004 msgstr ""
13005 "<gui>ৱেব</gui> বিকল্প পৰিবৰ্তন কৰি লিঙ্কসমূহ খোলিবলৈ কোনটো ৱেব ব্ৰাউছাৰ ব্যৱহাৰ "
13006 "কৰা হব বাছক।"
1289113007
1289213008 #. (itstool) path: page/p
1289313009 #: C/net-default-browser.page:55
1290413020 "Change the default email client by going to <gui>Details</gui> in "
1290513021 "<gui>Settings</gui>."
1290613022 msgstr ""
13023 "<gui>সংহতিসমূহ</gui> ত <gui>বিৱৰণসমূহ</gui> ত অবিকল্পিত ইমেইল ক্লাএন্ট পৰিবৰ্তন "
13024 "কৰক।"
1290713025
1290813026 #. (itstool) path: page/title
1290913027 #: C/net-default-email.page:30
1292613044 "Choose which email client you would like to be used by default by changing "
1292713045 "the <gui>Mail</gui> option."
1292813046 msgstr ""
13047 "<gui>মেইল</gui> বিকল্প পৰিবৰ্তন কৰি আপুনি অবিকল্পিতভাৱে কোন ইমেইল ক্লাএন্ট ব্যৱহাৰ "
13048 "কৰিব খোজে বাছক।"
1292913049
1293013050 #. (itstool) path: info/desc
1293113051 #: C/net-email-virus.page:16
1293313053 "Viruses are unlikely to infect your computer, but could infect the computers "
1293413054 "of people you email."
1293513055 msgstr ""
13056 "ভাইৰাচ দ্বাৰা আপোনাৰ কমপিউটাৰক ক্ষতি কৰাৰ সম্ভাবনা খুবেই কম, কিন্তু আপুনি ইমেইল "
13057 "পঠোৱা ব্যক্তিসকলৰ কমপিউটাৰসমূহক ক্ষতি কৰিব পাৰে।"
1293613058
1293713059 #. (itstool) path: page/title
1293813060 #: C/net-email-virus.page:20
1294613068 "onto your computer. A common way of them getting onto your computer is "
1294713069 "through email messages."
1294813070 msgstr ""
13071 "ভাইৰাচ এটা প্ৰগ্ৰাম যি আপোনাৰ কমপিউটাৰত সমস্যা সৃষ্টি কৰিব পাৰে। কমপিউটাৰত ভাইৰাচ "
13072 "লগাৰ এটা সাধাৰণ ধৰণ হল ইমেইল বাৰ্তাসমূহ।"
1294913073
1295013074 #. (itstool) path: page/p
1295113075 #: C/net-email-virus.page:24
1304113165
1304213166 #. (itstool) path: item/p
1304313167 #: C/net-findip.page:52
13168 #, fuzzy
1304413169 msgid ""
1304513170 "Select <gui>Wi-Fi</gui> or <gui>Wired</gui> from the list on the left, "
1304613171 "depending on which network connection you want to find the IP address for."
1304713172 msgstr ""
13173 "<gui>নেটৱাৰ্ক</gui> খোলক আৰু বাওঁফালৰ তালিকাৰ পৰা <gui>তাঁৰযুক্ত</gui> অথবা "
13174 "<gui>বেতাঁৰ</gui> বাছক, নেটৱাৰ্ক সংযোগ যাৰ বাবে আপুনি IP ঠিকনা সন্ধান কৰিব "
13175 "বিচাৰে তাৰ ওপৰত নিৰ্ভৰ কৰি।"
1304813176
1304913177 #. (itstool) path: item/p
1305013178 #: C/net-findip.page:57
1307713205
1307813206 #. (itstool) path: page/p
1307913207 #: C/net-findip.page:75
13208 #, fuzzy
1308013209 msgid ""
1308113210 "Depending on how your computer connects to the internet, both of these "
1308213211 "addresses may be the same."
1308313212 msgstr ""
13213 "আপোনাৰ কমপিউটাৰে কেনেকৈ ইন্টাৰনেটৰ সৈতে সংযোগ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰি, এই "
13214 "ঠিকনাসমূহ একে হব পাৰে।"
1308413215
1308513216 #. (itstool) path: info/desc
1308613217 #: C/net-firewall-on-off.page:19
1315213283 "You need to specify the right network port to enable/disable network access "
1315313284 "for a program with your firewall."
1315413285 msgstr ""
13286 "এটা প্ৰগ্ৰামক আপোনাৰ ফায়াৰৱালৰ সৈতে নেটৱাৰ্ক অভিগম সামৰ্থবান/অসামৰ্থবান কৰিবলৈ "
13287 "আপুনি সঠিক নেটৱাৰ্ক পৰ্ট ধাৰ্য্য কৰিব লাগিব।"
1315513288
1315613289 #. (itstool) path: page/title
1315713290 #: C/net-firewall-ports.page:19
1319413327 "Allows systems to find each other, and describe which services they offer, "
1319513328 "without you having to specify the details manually."
1319613329 msgstr ""
13330 "চিস্টেমসমূহক আন চিস্টেমসমূহ সন্ধান কৰাৰ, আৰু সিহতে প্ৰদান কৰা সেৱাসমূহৰ বিৱৰণ দিয়াৰ "
13331 "অনুমতি দিয়ক, আপুনি বিৱৰণসমূহ হস্তচালিতভাৱে ধাৰ্য্য কৰাৰ প্ৰয়োজনীয়তা নহোৱাকৈ।"
1319713332
1319813333 #. (itstool) path: td/p
1319913334 #: C/net-firewall-ports.page:50
1323813373 "Allows you to advertise your instant messaging status to other people on the "
1323913374 "network, such as \"online\" or \"busy\"."
1324013375 msgstr ""
13376 "নেটৱাৰ্কত আপোনাৰ তৎক্ষনাত বাৰ্তাৰ অৱস্থা, যেনে \"অনলাইন\" অথবা \"ব্যস্ত\" প্ৰকাশ "
13377 "কৰাৰ অনুমতি দিয়ে।"
1324113378
1324213379 #. (itstool) path: td/p
1324313380 #: C/net-firewall-ports.page:83
1325513392 "Allows you to share your desktop so other people can view it or provide "
1325613393 "remote assistance."
1325713394 msgstr ""
13395 "আপোনাৰ ডেস্কটপ অংশীদাৰী কৰাৰ অনুমতি দিয়ে যাতে অন্য মানুহে ইয়াক দৰ্শন কৰিব পাৰে "
13396 "অথবা দূৰৱৰ্তী সহায় প্ৰদান কৰিব পাৰে।"
1325813397
1325913398 #. (itstool) path: td/p
1326013399 #: C/net-firewall-ports.page:94
1326913408 #. (itstool) path: td/p
1327013409 #: C/net-firewall-ports.page:100
1327113410 msgid "Allows you to share your music library with others on your network."
13272 msgstr ""
13411 msgstr "নেটৱাৰ্কত অন্যৰ সৈতে আপোনাৰ সংগিত লাইব্ৰেৰী অংশীদাৰী কৰাৰ অনুমতি দিয়ে।"
1327313412
1327413413 #. (itstool) path: info/desc
1327513414 #: C/net-fixed-ip-address.page:15
1327713416 "Using a static IP address can make it easier to provide some network "
1327813417 "services from your computer."
1327913418 msgstr ""
13419 "এটা স্থিৰ IP ঠিকনা ব্যৱহাৰ কৰিলে আপোনাৰ কমপিউটাৰৰ পৰা কিছুমান নেটৱাৰ্ক সেৱা "
13420 "প্ৰদান কৰাটো সহজ হব।"
1328013421
1328113422 #. (itstool) path: page/title
1328213423 #: C/net-fixed-ip-address.page:19
1330413445 "Click the <gui>network icon</gui> on the <gui>top bar</gui> and select "
1330513446 "<gui>Network Settings</gui>."
1330613447 msgstr ""
13448 "<gui>ওপৰ বাৰ</gui> ত <gui>নেটৱাৰ্ক</gui> আইকনত ক্লিক কৰক আৰু <gui>নেটৱাৰ্ক "
13449 "সংহতি</gui> বাছক।"
1330713450
1330813451 #. (itstool) path: item/p
1330913452 #: C/net-fixed-ip-address.page:26
1331113454 "Select the network connection from the list (<gui>Wired</gui> or "
1331213455 "<gui>Wireless</gui>) and click <gui>Configure</gui>."
1331313456 msgstr ""
13457 "তালিকা (<gui>তাঁৰযুক্ত</gui> অথবা <gui>বেতাঁৰ</gui>) ৰ পৰা নেটৱাৰ্ক সংযোগ বাছক আৰু "
13458 "<gui>সংৰূপণ কৰক</gui> ক্লিক কৰক।"
1331413459
1331513460 #. (itstool) path: item/p
1331613461 #: C/net-fixed-ip-address.page:27
1331813463 "Click on the <gui>IPv4 Settings</gui> tab and change the <gui>Method</gui> "
1331913464 "to <em>Manual</em>."
1332013465 msgstr ""
13466 "<gui>IPv4 সংহতিসমূহ</gui> টেবত ক্লিক কৰক আৰু <gui>পদ্ধতি</gui> ক <em>হস্তচালিত</"
13467 "em> লৈ পৰিবৰ্তন কৰক।"
1332113468
1332213469 #. (itstool) path: item/p
1332313470 #: C/net-fixed-ip-address.page:28
1332513472 "If no connection information is listed in the <gui>Addresses</gui> list, or "
1332613473 "if you want to set up a new connection, click <gui>Add</gui>."
1332713474 msgstr ""
13475 "যদি <gui>ঠিকনাসমূহ</gui> তালিকাত কোনো সংযোগ তথ্য নাই, অথবা আপুনি এটা নতুন সংযোগ "
13476 "সংস্থাপন কৰিব বিচাৰে, <gui>যোগ কৰক</gui> ক্লিক কৰক।"
1332813477
1332913478 #. (itstool) path: item/p
1333013479 #: C/net-fixed-ip-address.page:29
1335013499 "Click <gui>Save</gui>. The network connection should now have a fixed IP "
1335113500 "address."
1335213501 msgstr ""
13502 "<gui>সংৰক্ষণ কৰক</gui> ক্লিক কৰক। নেটৱাৰ্ক সংযোগৰ এতিয়া এটা নিৰ্দিষ্ট IP ঠিকনা "
13503 "থাকিব লাগে।"
1335313504
1335413505 #. (itstool) path: info/desc
1335513506 #: C/net-general.page:10
1335813509 "wireless-wepwpa\">WEP &amp; WPA security</link>, <link xref=\"net-macaddress"
1335913510 "\">MAC addresses</link>, <link xref=\"net-proxy\">proxies</link>…"
1336013511 msgstr ""
13512 "<link xref=\"net-findip\">আপোনাৰ IP ঠিকনা সন্ধান কৰক</link>, <link xref=\"net-"
13513 "wireless-wepwpa\">WEP &amp; WPA সুৰক্ষা</link>, <link xref=\"net-macaddress"
13514 "\">MAC ঠিকনাসমূহ</link>, <link xref=\"net-proxy\">প্ৰক্সিসমূহ</link>…"
1336113515
1336213516 #. (itstool) path: page/title
1336313517 #: C/net-general.page:28
1337013524 "You may need to install Flash to be able to view websites like YouTube, "
1337113525 "which display videos and interactive web pages."
1337213526 msgstr ""
13527 "ৱেবছাইটসমূহ যেনে YouTube যি ভিডিঅ'সমূহ আৰু ভাৱবিনিময়ী ৱেব পৃষ্ঠাসমূহ প্ৰদৰ্শন কৰে, "
13528 "দৰ্শন কৰিবলৈ আপোনাক Flash ইনস্টল কৰিব লগিয়া হব পাৰে।"
1337313529
1337413530 #. (itstool) path: page/title
1337513531 #: C/net-install-flash.page:18
1338313539 "to watch videos and use interactive web pages on some websites. Some "
1338413540 "websites won't work without Flash."
1338513541 msgstr ""
13542 "<app>Flash</app> আপোনাৰ ৱেব ব্ৰাউছাৰৰ বাবে এটা <em>প্লাগ-ইন</em> যি আপোনাক "
13543 "কিছুমান ৱেবছাইটত ভিডিঅ' চোৱাৰ আৰু ভাৱবিনিময়ী ৱেব পৃষ্ঠাসমূহ ব্যৱহাৰ কৰাৰ অনুমতি "
13544 "দিয়ে। কিছুমান ৱেবছাইট Flash ৰ অবিহনে কাম নকৰে।"
1338613545
1338713546 #. (itstool) path: page/p
1338813547 #: C/net-install-flash.page:27
1341113570 "Look for the <gui>Adobe Flash plug-in</gui>, <gui>Adobe Flash Player</gui> "
1341213571 "or similar and click to install it."
1341313572 msgstr ""
13573 "<gui>Adobe Flash plug-in</gui>, <gui>Adobe Flash Player</gui> অথবা সদৃশৰ বাবে "
13574 "সন্ধান কৰক আৰু ইয়াক ইনস্টল কৰিবলৈ ক্লিক কৰক।"
1341413575
1341513576 #. (itstool) path: item/p
1341613577 #: C/net-install-flash.page:38
1343213593 "download website</link>. Your browser and operating system should be "
1343313594 "automatically detected."
1343413595 msgstr ""
13596 " <link href=\"http://get.adobe.com/flashplayer\">Flash Player ডাউনল'ড "
13597 "ৱেবছাইট</link> লৈ যাওক। আপোনাৰ ব্ৰাউছাৰ আৰু অপাৰেটিং চিস্টেম স্বচালিতভাৱে চিনাক্ত "
13598 "হব লাগে।"
1343513599
1343613600 #. (itstool) path: item/p
1343713601 #: C/net-install-flash.page:48
1344813612 "\">installation instructions for Flash</link> to learn how to install it for "
1344913613 "your web browser."
1345013614 msgstr ""
13615 "ইয়াক কেনেকৈ আপোনাৰ ৱেব ব্ৰাউছাৰত ইনস্টল কৰিব জানিবলৈ <link href=\"http://kb2."
13616 "adobe.com/cps/153/tn_15380.html\">Flash ৰ বাবে ইনস্টলেষণ নিৰ্দেশ</link> চাওক।"
1345113617
1345213618 #. (itstool) path: section/title
1345313619 #: C/net-install-flash.page:56
1348713653 "Some websites use Silverlight to display web pages. The Moonlight plug-in "
1348813654 "lets you view these pages."
1348913655 msgstr ""
13656 "কিছুমান ৱেবছাইটে ৱেব পৃষ্ঠাসমূহ প্ৰদৰ্শন কৰিবলৈ Silverlight ব্যৱহাৰ কৰে। Moonlight "
13657 "প্লাগ-ইনে আপোনাক এই পৃষ্ঠাসমূহ দৰ্শন কৰায়।"
1349013658
1349113659 #. (itstool) path: page/title
1349213660 #: C/net-install-moonlight.page:18
1350013668 "allows you to watch videos and use interactive web pages on some websites. "
1350113669 "Some websites won't work without Silverlight."
1350213670 msgstr ""
13671 "<app>Silverlight</app> আপোনাৰ ৱেব ব্ৰাউছাৰৰ বাবে এটা <em>প্লাগ-ইন</em> যি "
13672 "আপোনাক কিছুমান ৱেবছাইটত ভিডিঅ' চোৱাৰ আৰু ভাৱবিনিময়ী ৱেব পৃষ্ঠাসমূহ ব্যৱহাৰ কৰাৰ "
13673 "অনুমতি দিয়ে। কিছুমান ৱেবছাইট Silverlight ৰ অবিহনে কাম নকৰে।"
1350313674
1350413675 #. (itstool) path: page/p
1350513676 #: C/net-install-moonlight.page:27
1353313704 "<link href=\"http://www.go-mono.com/moonlight/\">Moonlight website</link> "
1353413705 "for more information and installation instructions."
1353513706 msgstr ""
13707 "যদি আপোনাৰ বিতৰনৰ এটা Moonlight চফ্টৱেৰ পেকেইজ নাই, অধিক তথ্য আৰু ইনস্টলেষণ "
13708 "নিৰ্দেশৰ বাবে <link href=\"http://www.go-mono.com/moonlight/\">Moonlight "
13709 "ৱেবছাইট</link> ত যাওক।"
1353613710
1353713711 #. (itstool) path: info/desc
1353813712 #: C/net-macaddress.page:31
1355913733 "A MAC address consists of six sets of two characters, each separated by a "
1356013734 "colon. <code>00:1B:44:11:3A:B7</code> is an example of a MAC address."
1356113735 msgstr ""
13736 "এটা MAC ঠিকনা দুটা আখৰৰ ছটা সংহতি অন্তৰ্ভুক্ত কৰে, প্ৰত্যকটো এটা কলন দ্বাৰা পৃথকিত "
13737 "থাকে। <code>00:1B:44:11:3A:B7</code> এটা MAC ঠিকনাৰ উদাহৰণ।"
1356213738
1356313739 #. (itstool) path: page/p
1356413740 #: C/net-macaddress.page:44
1356713743
1356813744 #. (itstool) path: item/p
1356913745 #: C/net-macaddress.page:55
13746 #, fuzzy
1357013747 msgid ""
1357113748 "Select <gui>Wi-Fi</gui> or <gui>Wired</gui> from the list on the left, "
1357213749 "depending on which device you want to check."
1357313750 msgstr ""
13751 "<gui>নেটৱাৰ্ক</gui> খোলক আৰু বাওঁফালৰ তালিকাৰ পৰা <gui>তাঁৰযুক্ত</gui> অথবা "
13752 "<gui>বেতাঁৰ</gui> বাছক (আপুনি নিৰীক্ষণ কৰিব খোজা ডিভাইচৰ ওপৰত নিৰ্ভৰ কৰি)।"
1357413753
1357513754 #. (itstool) path: item/p
1357613755 #: C/net-macaddress.page:59
1359413773
1359513774 #. (itstool) path: info/desc
1359613775 #: C/net-manual.page:21
13776 #, fuzzy
1359713777 msgid ""
1359813778 "You may have to enter network settings if they don't get assigned "
1359913779 "automatically."
1360013780 msgstr ""
13781 "যদি নেটৱাৰ্ক সংহতিসমূহ স্বচালিতভাৱে ধাৰ্য্য নহয়, আপোনাক সিহতক নিজেই সুমুৱাব লাগিব।"
1360113782
1360213783 #. (itstool) path: page/title
1360313784 #: C/net-manual.page:26
1364713828
1364813829 #. (itstool) path: item/p
1364913830 #: C/net-manual.page:54
13831 #, fuzzy
1365013832 msgid ""
1365113833 "Make sure that your wireless card is turned on or a network cable is plugged "
1365213834 "in."
1365313835 msgstr ""
13836 "সুনিশ্চিত কৰক যে আপোনাৰ বেতাঁৰ কাৰ্ড অন আছে অথবা এটা নেটৱাৰ্ক কেবুল প্লাগিন ইন কৰা "
13837 "আছে। নহলে, আপুনি <gui>সংৰূপণ কৰক</gui> ক্লিক কৰিব নোৱাৰিব।"
1365413838
1365513839 #. (itstool) path: item/p
1365613840 #: C/net-manual.page:58
1367013854
1367113855 #. (itstool) path: item/p
1367213856 #: C/net-manual.page:64
13857 #, fuzzy
1367313858 msgid ""
1367413859 "These must be <em>IP addresses</em>; that is, they must be four numbers "
1367513860 "separated by periods (e.g. 123.45.6.78)."
1367613861 msgstr ""
13862 "এই তিনিটা ঠিকনা IP ঠিকনা হব লাগিব; মানে, সিহত পিৰিয়ড দ্বাৰা পৃথকিত সংখ্যা হব "
13863 "লাগিব (উদাহৰণস্বৰূপ 123.45.6.78)।"
1367713864
1367813865 #. (itstool) path: item/p
1367913866 #: C/net-manual.page:68
1370713894 "You can save settings (like the password) for a network connection so that "
1370813895 "everyone who uses the computer will be able to connect to it."
1370913896 msgstr ""
13897 "আপুনি এটা নেটৱাৰ্ক সংযোগৰ বাবে সংহতিসমূহ (যেনে পাছৱাৰ্ড) সংৰক্ষণ কৰিব পাৰিব যাতে "
13898 "যোনে কমপিউটাৰ ব্যৱহাৰ কৰে সিয়ে ইয়াৰ সৈতে সংযোগ কৰিব পাৰে।"
1371013899
1371113900 #. (itstool) path: page/title
1371213901 #: C/net-othersconnect.page:31
1374413933
1374513934 #. (itstool) path: item/p
1374613935 #: C/net-othersconnect.page:63 C/net-othersedit.page:83
13936 #, fuzzy
1374713937 msgid ""
1374813938 "At the bottom of the <gui>Identity</gui> panel, check the <gui>Make "
1374913939 "available to other users</gui> option to allow other users to use the "
1375013940 "network connection."
1375113941 msgstr ""
13942 "আপোনাক নেটৱাৰ্ক সংযোগ সংহতিসমূহত <gui>সকলো ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ</gui> বিকল্পক "
13943 "আনচেক কৰিব লাগিব।"
1375213944
1375313945 #. (itstool) path: item/p
1375413946 #: C/net-othersconnect.page:68 C/net-othersedit.page:88
1376213954 "Other users of the computer will now be able to use this connection without "
1376313955 "entering any further details."
1376413956 msgstr ""
13957 "কমপিউটাৰৰ অন্য ব্যৱহাৰকাৰীসকলে এই সংযোগক ততোধিক বিৱড়ন নিদিয়াকৈ ব্যৱহাৰ কৰিব "
13958 "পাৰিব।"
1376513959
1376613960 #. (itstool) path: note/p
1376713961 #: C/net-othersconnect.page:76
1377413968 "You need to uncheck the <gui>Available to all users</gui> option in the "
1377513969 "network connection settings."
1377613970 msgstr ""
13971 "আপোনাক নেটৱাৰ্ক সংযোগ সংহতিসমূহত <gui>সকলো ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ</gui> বিকল্পক "
13972 "আনচেক কৰিব লাগিব।"
1377713973
1377813974 #. (itstool) path: page/title
1377913975 #: C/net-othersedit.page:31
1385314049
1385414050 #. (itstool) path: item/p
1385514051 #: C/net-proxy.page:72
14052 #, fuzzy
1385614053 msgid ""
1385714054 "The applications will use a direct connection to fetch the content from the "
1385814055 "web."
13859 msgstr ""
14056 msgstr "এপ্লিকেচনসমূহে ৱেবৰ পৰা সমল প্ৰাপ্ত কৰিবলৈ এটা প্ৰত্যক্ষ সংযোগ ব্যৱহাৰ কৰিব।"
1386014057
1386114058 #. (itstool) path: item/title
1386214059 #: C/net-proxy.page:76
1387014067 "protocols. The protocols are <gui>HTTP</gui>, <gui>HTTPS</gui>, <gui>FTP</"
1387114068 "gui> and <gui>SOCKS</gui>."
1387214069 msgstr ""
14070 "প্ৰত্যকটো প্ৰক্সিড প্ৰটোকলৰ বাবে, এটা প্ৰক্সিৰ ঠিকনা আৰু প্ৰটোকলসমূহৰ বাবে পৰ্টৰ বিৱৰণ "
14071 "দিয়ক। প্ৰটোকলসমূহ হল <gui>HTTP</gui>, <gui>HTTPS</gui>, <gui>FTP</gui> আৰু "
14072 "<gui>SOCKS</gui>।"
1387314073
1387414074 #. (itstool) path: item/title
1387514075 #: C/net-proxy.page:82
1387814078
1387914079 #. (itstool) path: item/p
1388014080 #: C/net-proxy.page:83
14081 #, fuzzy
1388114082 msgid ""
1388214083 "A URL pointing to a resource, which contains the appropriate configuration "
1388314084 "for your system."
13884 msgstr ""
14085 msgstr "এটা সম্পদলৈ url বিন্দুসমূহ, যি আপোনাৰ চিস্টেমৰ বাবে সঠিক সংৰূপ অন্তৰ্ভুক্ত কৰে।"
1388514086
1388614087 #. (itstool) path: section/p
1388714088 #: C/net-proxy.page:90
1393214133 "Phishing Scams (websites and emails that try to obtain sensitive information "
1393314134 "through deception)"
1393414135 msgstr ""
14136 "ফিচিং স্কেম (ৱেবছাইটসমূহ আৰু ইমেইলসমূহ যি ছলনাৰে সংবেদ্য তথ্য প্ৰাপ্ত কৰাৰ চেষ্টা কৰে)"
1393514137
1393614138 #. (itstool) path: item/p
1393714139 #: C/net-security-tips.page:41
1396514167 msgid ""
1396614168 "Be wary of emails, attachments, or links that were sent from people you do "
1396714169 "not know."
13968 msgstr ""
14170 msgstr "অচিনাকি মানুহৰ পৰা প্ৰাপ্ত ইমেইল, এটাচমেন্ট, অথবা সংযোগৰ পৰা সাৱধান হব।"
1396914171
1397014172 #. (itstool) path: item/p
1397114173 #: C/net-security-tips.page:61
1401514217 "Other things might be downloading, you could have a poor connection, or it "
1401614218 "could be a busy time of day."
1401714219 msgstr ""
14220 "অন্য বস্তুবোৰ ডাউনল'ড হৈ থাকিব পাৰে, আপোনাৰ সংযোগ দূৰ্বল হব পাৰে, অথবা ই দিনৰ এটা "
14221 "ব্যস্ত সময় হব পাৰে।"
1401814222
1401914223 #. (itstool) path: page/title
1402014224 #: C/net-slow.page:18
1402714231 "If you are using the internet and it seems slow, there are a number of "
1402814232 "things that could be causing the slow down."
1402914233 msgstr ""
14234 "যদি আপুনি ইন্টাৰনেট ব্যৱহাৰ কৰি আছে আৰু ই লেহেম যেন লাগিছে, লেহেম গতিৰ বাবে "
14235 "কেইবাটাও কাৰণ হব পাৰে।"
1403014236
1403114237 #. (itstool) path: page/p
1403214238 #: C/net-slow.page:22
1412514331
1412614332 #. (itstool) path: info/desc
1412714333 #: C/net-vpn-connect.page:22
14334 #, fuzzy
1412814335 msgid "Set up a VPN connection to a local network over the internet."
1412914336 msgstr ""
14337 "VPNs এ আপোনাক ইন্টাৰনেটৰে এটা স্থানীয় নেটৱাৰ্কৰ সৈতে সংযোগ কৰাৰ অনুমতি দিয়ে। এটা "
14338 "VPN সংযোগ কেনেকৈ সংস্থাপন কৰিব জানক।"
1413014339
1413114340 #. (itstool) path: page/title
1413214341 #: C/net-vpn-connect.page:26
1419814407 "Click <gui>Create</gui> and follow the instructions on the screen, entering "
1419914408 "details like your username and password as you go."
1420014409 msgstr ""
14410 "<gui>সৃষ্টি কৰক</gui> ক্লিক কৰক আৰু পৰ্দাত দিয়া নিৰ্দেশবোৰ অনুকৰণ কৰক, আগবাঢ়োতে "
14411 "বিৱৰণ যেনে ব্যৱহাৰকাৰীনাম আৰু পাছৱাৰ্ড দিয়াকৈ।"
1420114412
1420214413 #. (itstool) path: item/p
1420314414 #: C/net-vpn-connect.page:84
1421914430
1422014431 #. (itstool) path: item/p
1422114432 #: C/net-vpn-connect.page:98
14433 #, fuzzy
1422214434 msgid ""
1422314435 "To disconnect from the VPN, click the system status area on the top bar and "
1422414436 "click <gui>Disconnect</gui> under the name of your VPN connection."
1422514437 msgstr ""
14438 "VPN ৰ পৰা বিচ্ছিন্ন কৰিবলৈ, ওপৰ বাৰত নেটৱাৰ্ক আইকনত ক্লিক কৰক আৰু আপোনাৰ VPN "
14439 "সংযোগ নামৰ অন্তৰ্গত <gui>বিচ্ছিন্ন কৰক</gui> ক্লিক কৰক।"
1422614440
1422714441 #. (itstool) path: info/desc
1422814442 #: C/net-what-is-ip-address.page:14
1424014454 "\"IP address\" stands for <em>Internet Protocol address</em>, and each "
1424114455 "device that is connected to a network (like the internet) has one."
1424214456 msgstr ""
14457 "\"IP ঠিকনা\" ৰ অৰ্থ <em>Internet Protocol address</em>, আৰু এটা নেটৱাৰ্ক "
14458 "(ইন্টাৰনেট) ৰ সৈতে সংযুক্ত প্ৰতিটো ডিভাইচৰ এটা IP আছে।"
1424314459
1424414460 #. (itstool) path: page/p
1424514461 #: C/net-what-is-ip-address.page:22
1425614472 "Currently, most IP addresses consist of four sets of numbers, each separated "
1425714473 "by a period. <code>192.168.1.42</code> is an example of an IP address."
1425814474 msgstr ""
14475 "বৰ্তমানে, বেছিৰভাগ IP ঠিকনায় সংখ্যাবোৰৰ চাৰিটা সংহতি অন্তৰ্ভুক্ত কৰে, প্ৰত্যকটো এটা "
14476 "পিৰিয়ড (.) দ্বাৰা পৃথকিত। <code>192.168.1.42</code> এটা IP ঠিকনাৰ উদাহৰণ।"
1425914477
1426014478 #. (itstool) path: note/p
1426114479 #: C/net-what-is-ip-address.page:26
1427414492 "To set up most wired network connections, all you need to do is plug in a "
1427514493 "network cable."
1427614494 msgstr ""
14495 "বেছিৰভাগ তাঁৰযুক্ত নেটৱাৰ্ক সংযোগ সংস্থাপন কৰিবলৈ, আপুনি এটা নেটৱাৰ্ক কেবুল প্লাগ ইন "
14496 "কৰিব লাগিব।"
1427714497
1427814498 #. (itstool) path: page/title
1427914499 #: C/net-wired-connect.page:18
1433514555 "Use an ad-hoc network to allow other devices to connect to your computer and "
1433614556 "its network connections."
1433714557 msgstr ""
14558 "অন্য ডিভাইচবোৰক আপোনাৰ কমপিউটাৰ আৰু ইয়াৰ নেটৱাৰ্ক সংযোগসমূহলৈ সংযোগ কৰাৰ অনুমতি "
14559 "দিবলৈ এটা এড-হক নেটৱাৰ্ক ব্যৱহাৰ কৰক।"
1433814560
1433914561 #. (itstool) path: page/title
1434014562 #: C/net-wireless-adhoc.page:30
1438614608 "network name will be based on the name of your computer. Other devices will "
1438714609 "need this information to connect to the hotspot you've just created."
1438814610 msgstr ""
14611 "এটা নেটৱাৰ্ক নাম (SSID) আৰু সুৰক্ষা কি স্বচালিতভাৱে সৃজন কৰা হয়। নেটৱাৰ্ক নাম "
14612 "আপোনাৰ কমপিউটাৰ নামৰ ওপৰত ভিত্তিয় হব। আপুনি সৃষ্টি কৰা হটস্পটৰ সৈতে সংযোগ কৰিবলৈ "
14613 "অন্য ডিভাইচসমূহৰ এই তথ্যৰ প্ৰয়োজন হব।"
1438914614
1439014615 #. (itstool) path: info/desc
1439114616 #: C/net-wireless-airplane.page:17
1447414699 "\">encryption key</link>), enter the password when prompted and click "
1447514700 "<gui>Connect</gui>."
1447614701 msgstr ""
14702 "যদি নেটৱাৰ্ক এটা পাছৱাৰ্ড দ্বাৰা সুৰক্ষিত হয় (<link xref=\"net-wireless-wepwpa"
14703 "\">ইনক্ৰিপষণ কি</link>), প্ৰমপ্ট কৰোতে পাছৱাৰ্ড দিব আৰু <gui>সংযোগ কৰক</gui> ক্লিক "
14704 "কৰিব।"
1447714705
1447814706 #. (itstool) path: item/p
1447914707 #: C/net-wireless-connect.page:47
1448914717 "The network icon will change appearance as the computer attempts to connect "
1449014718 "to the network."
1449114719 msgstr ""
14720 "কমপিউটাৰে নেটৱাৰ্কৰ সৈতে সংযোগ কৰাৰ চেষ্টা কৰোতে নেটৱাৰ্ক আইকনে ৰূপ পৰিবৰ্তন কৰিব।"
1449214721
1449314722 #. (itstool) path: item/p
1449414723 #: C/net-wireless-connect.page:53
1456714796 "The network icon on the top bar displays how strong your wireless signal is. "
1456814797 "If the signal looks low, try moving closer to the wireless base station."
1456914798 msgstr ""
14799 "ওপৰ বাৰত নেটৱাৰ্ক আইকনে আপোনাৰ বেতাঁৰ সংযোগ কিমান শক্তিশালী প্ৰদৰ্শন কৰে। যদি "
14800 "সংকেত দেখাত নিম্ন হয়, বেতাঁৰ ভিত্তি স্টেশনৰ আৰু ওচৰত যোৱাৰ চেষ্টা কৰিব।"
1457014801
1457114802 #. (itstool) path: section/title
1457214803 #: C/net-wireless-disconnecting.page:51
1653416765 msgid ""
1653516766 "Switch <gui>Blank screen</gui> to <gui>Off</gui> in the <gui>Power Saving</"
1653616767 "gui> section."
16537 msgstr "<gui>এই ধৰণে দৰ্শন কৰক</gui> অংশৰ পৰা <gui>তালিকা</gui> ক্লিক কৰক।"
16768 msgstr ""
16769 "<gui>ওপৰ বাৰ</gui> ত <gui>নেটৱাৰ্ক</gui> আইকনত ক্লিক কৰক আৰু <gui>নেটৱাৰ্ক "
16770 "সংহতি</gui> বাছক।"
1653816771
1653916772 #. (itstool) path: info/desc
1654016773 #: C/power-willnotturnon.page:10
2372623959 #~ "gui>."
2372723960 #~ msgstr "ওপৰ বাৰত নেটৱাৰ্ক আইকনত ক্লিক কৰক আৰু <gui>নেটৱাৰ্ক সংহতি</gui> বাছক।"
2372823961
23962 #~ msgid ""
23963 #~ "Select the network connection that you want to set up manually and click "
23964 #~ "<gui>Configure</gui>. For example, if you plug in to the network with a "
23965 #~ "cable, look at <gui>Wired</gui>."
23966 #~ msgstr ""
23967 #~ "আপুনি হস্তচালিতভাৱে সংস্থাপন কৰিব খোজা নেটৱাৰ্ক সংযোগ বাছক আৰু <gui>সংৰূপণ কৰক</"
23968 #~ "gui> ক্লিক কৰক। উদাহৰণস্বৰূপ, যদি আপুনি নেটৱাৰ্কত এটা কেবুলৰ সৈতে প্লাগ ইন কৰে, "
23969 #~ "<gui>তাঁৰযুক্ত</gui> চাওক।"
23970
23971 #~ msgid ""
23972 #~ "Type the IP addresses of the DNS servers you want to use in the "
23973 #~ "corresponding field, separated by commas."
23974 #~ msgstr ""
23975 #~ "প্ৰাসংগিক ফিল্ডত আপুনি ব্যৱহাৰ কৰিব খোজা DNS চাৰ্বাৰসমূহৰ IP ঠিকনাসমূহ টাইপ কৰক, "
23976 #~ "কমা দ্বাৰা পৃথকিত।"
23977
23978 #~ msgid ""
23979 #~ "Open <gui>Network</gui> and select <gui>Wired</gui> or <gui>Wireless</"
23980 #~ "gui> from the list on the left (depending on which network connection you "
23981 #~ "want to change)."
23982 #~ msgstr ""
23983 #~ "<gui>নেটৱাৰ্ক</gui> খোলক আৰু বাওঁফালৰ তালিকাৰ পৰা <gui>তাঁৰযুক্ত</gui> অথবা "
23984 #~ "<gui>বেতাঁৰ</gui> বাছক (আপুনি পৰিবৰ্তন কৰিব খোজা নেটৱাৰ্ক সংযোগৰ ওপৰত নিৰ্ভৰ "
23985 #~ "কৰি)।"
23986
23987 #~ msgid ""
23988 #~ "From the <gui>Network Name</gui> drop-down list, select the connection "
23989 #~ "you want everyone to be able to use and then click <gui>Configure</gui>."
23990 #~ msgstr ""
23991 #~ "<gui>নেটৱাৰ্ক নাম</gui> ড্ৰপ-ডাউন তালিকাৰ পৰা, আপুনি সকলোয়ে ব্যৱহাৰ কৰিব পৰা "
23992 #~ "সংযোগ বাছক আৰু তাৰ পিছত <gui>সংৰূপণ কৰক</gui> ক্লিক কৰক।"
23993
2372923994 #~ msgid "Make it so that the connection isn't shared any more"
2373023995 #~ msgstr "ইয়াক এনেকুৱা কৰক যে সংযোগক আৰু অংশীদাৰী কৰা নহয়"
2373123996
23997 #~ msgid ""
23998 #~ "Open <gui>Network</gui> and select <gui>Wired</gui> or <gui>Wireless</"
23999 #~ "gui> from the list on the left, depending on which connection you want to "
24000 #~ "change."
24001 #~ msgstr ""
24002 #~ "<gui>নেটৱাৰ্ক</gui> খোলক আৰু বাওঁফালৰ তালিকাৰ পৰা <gui>তাঁৰযুক্ত</gui> অথবা "
24003 #~ "<gui>বেতাঁৰ</gui> বাছক, আপুনি পৰিবৰ্তন কৰিব খোজা সংযোগৰ ওপৰত নিৰ্ভৰ কৰি।"
24004
24005 #~ msgid ""
24006 #~ "From the <gui>Network Name</gui> drop-down list, select the connection "
24007 #~ "you want everyone to be able to manage/edit themselves and then click "
24008 #~ "<gui>Options</gui>."
24009 #~ msgstr ""
24010 #~ "<gui>নেটৱাৰ্ক নাম</gui> ড্ৰপ-ডাউন তালিকাৰ পৰা, আপুনি সকলোয়ে ব্যৱস্থাপনা/সম্পাদন "
24011 #~ "কৰিব পৰা সংযোগ বাছক আৰু তাৰ পিছত <gui>বিকল্পসমূহ</gui> ক্লিক কৰক।"
24012
24013 #~ msgid ""
24014 #~ "You will have to enter your admin password to change the connection. Only "
24015 #~ "admin users can do this."
24016 #~ msgstr ""
24017 #~ "আপোনাক সংযোগ পৰিবৰ্তন কৰিবলৈ আপোনাৰ প্ৰশাসক পাছৱাৰ্ড দিব লাগিব। কেৱল প্ৰশাসক "
24018 #~ "ব্যৱহাৰকাৰীসকলে এনেকুৱা কৰিব পাৰিব।"
24019
24020 #~ msgid ""
24021 #~ "Uncheck <gui>Available to all users</gui> and click <gui>Save</gui>. "
24022 #~ "Other users of the computer will now be able to manage the connection "
24023 #~ "themselves."
24024 #~ msgstr ""
24025 #~ "<gui>সকলো ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ</gui> আনচেক কৰক আৰু <gui>সংৰক্ষণ কৰক</gui> "
24026 #~ "ক্লিক কৰক। কমপিউটাৰৰ অন্য ব্যৱহাৰকাৰীসকলে এতিয়া সংযোগক নিজেই ব্যৱস্থাপনা কৰিব "
24027 #~ "পাৰিব"
24028
24029 #~ msgid ""
24030 #~ "Open <gui>Network</gui> and choose <gui>Network Proxy</gui> from the list "
24031 #~ "on the left side of the window."
24032 #~ msgstr ""
24033 #~ "<gui>নেটৱাৰ্ক</gui> খোলক আৰু উইন্ডোৰ বাঁওফালৰ তালিকাৰ পৰা <gui>নেটৱাৰ্ক প্ৰক্সি</"
24034 #~ "gui> বাছক।"
24035
24036 #~ msgid ""
24037 #~ "The proxy settings will be applied to applications that use network "
24038 #~ "connection to use the chosen configuration."
24039 #~ msgstr ""
24040 #~ "এপ্লিকেচনসমূহ যি নিৰ্বাচিত সংৰূপ ব্যৱহাৰ কৰিবলৈ নেটৱাৰ্ক সংযোগ ব্যৱহাৰ কৰে "
24041 #~ "সেইসমূহলৈ প্ৰক্সি সংহতিসমূহ প্ৰয়োগ কৰা হব।"
24042
2373224043 #~ msgid "Select <gui>Wireless</gui> on the left."
2373324044 #~ msgstr "বাঁওফালে <gui>বেতাঁৰ</gui> বাছক।"
24045
24046 #~ msgid ""
24047 #~ "Click on the network icon on the top bar and click the name of the "
24048 #~ "network you want to connect to."
24049 #~ msgstr ""
24050 #~ "ওপৰ বাৰত নেটৱাৰ্ক আইকনত ক্লিক কৰক আৰু আপুনি সংযোগ কৰিব খোজা নেটৱাৰ্কৰ নামত "
24051 #~ "ক্লিক কৰক।"
2373424052
2373524053 #~ msgid ""
2373624054 #~ "Learn what the options on the wireless connection editing screen mean."