Codebase list gnome-user-docs / 420691b
Assamese translation updated Nilamdyuti Goswami 10 years ago
1 changed file(s) with 99 addition(s) and 2 deletion(s). Raw diff Collapse all Expand all
11 msgid ""
22 msgstr ""
33 "Project-Id-Version: \n"
4 "POT-Creation-Date: 2013-12-10 04:51+0000\n"
5 "PO-Revision-Date: 2013-12-10 17:59+0630\n"
4 "POT-Creation-Date: 2013-12-10 12:26+0000\n"
5 "PO-Revision-Date: 2013-12-10 21:23+0630\n"
66 "Last-Translator: Nilamdyuti Goswami <ngoswami@redhat.com>\n"
77 "Language-Team: Assamese <kde-i18n-doc@kde.org>\n"
88 "Language: as_IN\n"
30843084 "the file. Once the owner accepts or declines, the result of the file "
30853085 "transfer will be shown on your screen."
30863086 msgstr ""
3087 "গ্ৰাহক ডিভাইচৰ গৰাকীয়ে ফাইল গ্ৰহণ কৰিবলৈ এটা বুটাম টিপিব লাগিব। গৰাকীয়ে গ্ৰহণ "
3088 "অথবা নাকচ কৰাৰ পিছত, ফাইল স্থানান্তৰৰ ফলাফল আপোনাৰ পৰ্দাত দেখুৱা হব।"
30873089
30883090 #. (itstool) path: info/desc
30893091 #: C/bluetooth-turn-on-off.page:13
31073109 "files, but turn it off to conserve power. To turn Bluetooth on, click the "
31083110 "Bluetooth icon in the menu bar and click <gui>Turn On Bluetooth</gui>."
31093111 msgstr ""
3112 "আপুনি ফাইলসমূহ পঠাবলৈ আৰু গ্ৰহণ কৰিবলৈ ব্লুটুথ অন আৰু অফ কৰিব পাৰিব, কিন্তু শক্তি "
3113 "সংৰক্ষণ কৰিবলৈ ইয়াক বন্ধ কৰক। ব্লুটুথ অন কৰিবলৈ, মেনু বাৰত ব্লুটুথ আইকনত ক্লিক কৰক আৰু "
3114 "<gui>ব্লুটুথ অন কৰক</gui> ক্লিক কৰক।"
31103115
31113116 #. (itstool) path: choose/p
31123117 #: C/bluetooth-turn-on-off.page:50
3118 #, fuzzy
31133119 msgid ""
31143120 "You can turn Bluetooth on to use Bluetooth devices and send and receive "
31153121 "files, but turn it off to conserve power. To turn Bluetooth on:"
31163122 msgstr ""
3123 "আপুনি ফাইলসমূহ পঠাবলৈ আৰু গ্ৰহণ কৰিবলৈ ব্লুটুথ অন কৰিব পাৰিব, কিন্তু শক্তি সংৰক্ষণ "
3124 "কৰিবলৈ ইয়াক বন্ধ কৰক। ব্লুটুথ অন কৰিবলৈ, ওপৰ বাৰত ব্লুটুথ আইকনত ক্লিক কৰক আৰু "
3125 "<gui>ব্লুটুথ</gui> অন কৰক।"
31173126
31183127 #. (itstool) path: item/p
31193128 #: C/bluetooth-turn-on-off.page:61
31683177 "this computer from another device. See <link xref=\"bluetooth-visibility\"/> "
31693178 "for more information."
31703179 msgstr ""
3180 "যদি আপুনি অন্য ডিভাইচৰ পৰা এই কমপিউটাৰৰ সৈতে সংযোগ কৰি আছে কেৱল তেতিয়াহে আপুনি "
3181 "<gui>দৃশ্যমানতা</gui> অন কৰিব লাগে। অধিক তথ্যৰ বাবে <link xref=\"bluetooth-"
3182 "visibility\"/> চাওক।"
31713183
31723184 #. (itstool) path: info/desc
31733185 #: C/bluetooth-visibility.page:12
35903602 "desired lighting conditions. By converting the RAW file to a TIFF file, it "
35913603 "can be used to calibrate the camera device in the color control panel."
35923604 msgstr ""
3605 "কেমেৰা ডিভাইচসমূহক পছন্দৰ পোহৰ পৰিৱেশত এটা লক্ষ্যৰ ফ'টোগ্ৰাফ লৈ মানাংকন কৰা হয়। "
3606 "RAW ফাইলক এটা TIFF ফাইললৈ পৰিবৰ্তন কৰি, ইয়াক ৰঙ নিয়ন্ত্ৰণ পেনেলত কেমেৰা ডিভাইচ "
3607 "মানাংকন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।"
35933608
35943609 #. (itstool) path: page/p
35953610 #: C/color-calibrate-camera.page:28
35983613 "Ensure the white or black borders are still visible. Calibration will not "
35993614 "work if the image is upside-down or is distorted by a large amount."
36003615 msgstr ""
3616 "আপুনি TIFF ফাইল ক্ৰপ কৰিব লাগিব যাতে কেৱল লক্ষ্য দৃশ্যমান থাকে। বগা অথবা কলা "
3617 "প্ৰান্তসমূহ দৃশ্যমান থকাটো সুনিশ্চিত কৰক। মানাংকন কাম নকৰিব যদি ছবি উলোটা অথবা অধিক "
3618 "পৰিমাণত বিকৃত।"
36013619
36023620 #. (itstool) path: note/p
36033621 #: C/color-calibrate-camera.page:36
51435161 "and write rates, average access time and time elapsed since the last "
51445162 "benchmark test."
51455163 msgstr ""
5164 "গ্ৰাফৰ তলত, নূন্যতম, সৰ্বাধিক আৰু গড় পঢ়া আৰু লিখা হাৰ, গড় অভিগম সময় আৰু সৰ্বশেষ "
5165 "বেঞ্চমাৰ্ক পৰিক্ষাৰ পিছত পাৰ হোৱা সময়ৰ বাবে মান প্ৰদৰ্শন কৰা হয়।"
51465166
51475167 #. (itstool) path: info/desc
51485168 #: C/disk-capacity.page:22
59335953 "and print the documents on your computer or those created remotely using "
59345954 "<em>Google Docs</em> or <em>SkyDrive</em>."
59355955 msgstr ""
5956 "<app>দস্তাবেজসমূহ</app> এটা GNOME এপ্লিকেচন যি আপোনাক আপোনাৰ কমপিউটাৰৰ "
5957 "দস্তাবেজসমূহ অথবা <em>Google Docs</em> অথবা <em>SkyDrive</em> ব্যৱহাৰ কৰি সৃষ্টি "
5958 "কৰা দস্তাবেজসমূহ প্ৰদৰ্শন, সংঘঠন, আৰু প্ৰিন্ট কৰাৰ সুবিধা দিয়ে।"
59365959
59375960 #. (itstool) path: section/title
59385961 #: C/documents.page:42
63236346 "action for that media type. See below for a description of the different "
63246347 "types of devices and media."
63256348 msgstr ""
6349 "আপোনাৰ পছন্দৰ ডিভাইচ অথবা মিডিয়া ধৰণ বাছক, আৰু তাৰ পিছত সেই মিডিয়া ধৰণৰ বাবে "
6350 "এটা এপ্লিকেচন অথবা কাৰ্য্য বাছক। বিভিন্ন ধৰণৰ ডিভাইচ আৰু মিডিয়াৰ এটা বিৱৰণৰ বাবে "
6351 "তলত চাওক।"
63266352
63276353 #. (itstool) path: item/p
63286354 #: C/files-autorun.page:60
63316357 "will be shown in the file manager. When that happens, you will be asked what "
63326358 "to do, or nothing will happen automatically."
63336359 msgstr ""
6360 "এটা এপ্লিকেচন আৰম্ভ কৰাৰ পৰিৱৰ্তে, আপুনি ইয়াক সংহতি কৰিব পাৰিব যাতে ডিভাইচ ফাইল "
6361 "ব্যৱস্থাপকত দেখুৱা হয়। যেতিয়া তেনেকুৱা হয়, আপোনাক কি কৰিব লাগে সোধা হব, নহলে "
6362 "একোৱেই স্বচালিতভাৱে নহব।"
63346363
63356364 #. (itstool) path: item/p
63366365 #: C/files-autorun.page:65
65186547 "\"files-preview\">preview each file</link> by pressing the space bar to be "
65196548 "sure you have the right file before opening it, copying it, or deleting it."
65206549 msgstr ""
6550 "এটা ফোল্ডাৰৰ ফাইলসমূহ চাই থাকোতে, এটা ফাইল খোলা, কপি কৰা, অথবা মচাৰ আগত, "
6551 "সুনিশ্চিত হবলৈ যে আপুনি সঠিক ফাইল লৈছে আপুনি স্পেইচ বাৰ টিপি দ্ৰুত <link xref="
6552 "\"files-preview\">প্ৰতিটো ফাইল পূৰ্বদৰ্শন</link> কৰিব পাৰিব।"
65216553
65226554 #. (itstool) path: section/p
65236555 #: C/files-browse.page:65
65726604 "dropping with the mouse, using the copy and paste commands, or by using "
65736605 "keyboard shortcuts."
65746606 msgstr ""
6607 "এটা ফাইল অথবা ফোল্ডাৰক এটা নতুন অৱস্থানলৈ মাউছ ব্যৱহাৰ কৰি ড্ৰেগ আৰু ড্ৰপ, কপি আৰু "
6608 "পেইস্ট কমান্ড ব্যৱহাৰ কৰি, অথবা কিবৰ্ড চৰ্টকাটসমূহ ব্যৱহাৰ কৰি কপি অথবা স্থানান্তৰ "
6609 "কৰিব পৰা যাব।"
65756610
65766611 #. (itstool) path: page/p
65776612 #: C/files-copy.page:33
67726807 "need to empty the trash. To empty the trash, right-click <gui>Trash</gui> in "
67736808 "the sidebar and select <gui>Empty Trash</gui>."
67746809 msgstr ""
6810 "ফাইলসমূহ চিৰস্থায়ীভাৱে মচি পেলাবলৈ, আৰু আপোনাৰ কমপিউটাৰত ডিস্ক স্থান খালি কৰিবলৈ, "
6811 "আপুনি আবৰ্জনা খালি কৰিব লাগিব। আবৰ্জনা খালি কৰিবলৈ, কাষবাৰত <gui>আবৰ্জনা</gui> "
6812 "ৰাইট-ক্লিক কৰক আৰু <gui>আবৰ্জনা ৰিক্ত কৰক</gui> বাছক।"
67756813
67766814 #. (itstool) path: section/title
67776815 #: C/files-delete.page:53
74457483 "closing the files. This may cause errors in applications that have those "
74467484 "files open."
74477485 msgstr ""
7486 "আপুনি ফাইলসমূহ বন্ধ নকৰাকৈ ডিভাইচ আতৰাবলৈ <gui>তথাপিও বাহিৰ উলিৱাওক</gui> বাছিব "
7487 "পাৰিব। ইয়াৰ বাবে খোলা ফাইলসমূহ থকা এপ্লিকেচনসমূহত ত্ৰুটি হব পাৰে।"
74487488
74497489 #. (itstool) path: info/desc
74507490 #: C/files-rename.page:7
75107550 "the rename. To revert the action, immediately click the gear button in the "
75117551 "toolbar and select <gui>Undo</gui> to restore the former name."
75127552 msgstr ""
7553 "যদি আপুনি ফাইলখন ভুল নাম দিছে, অথবা সুদ্ধভাৱে নাম দিয়া নাই, আপুনি পুনৰ নামকৰণ "
7554 "বাতিল কৰিব পাৰিব। কাৰ্য্য বাতিল কৰিবলৈ, সঁজুলিবাৰ গিয়াৰ বুটাম তৎক্ষনাত ক্লিক কৰক আৰু "
7555 "আগৰ নাম পুনৰুদ্ধাৰ কৰিবলৈ <gui>বাতিল কৰক</gui> বাছক।"
75137556
75147557 #. (itstool) path: section/title
75157558 #: C/files-rename.page:57
75557598 "If you try to rename a file to a name that already exists in the folder you "
75567599 "are working in, the file manager will not allow it."
75577600 msgstr ""
7601 "আপোনাৰ একেটা ফোল্ডাৰত একে নামৰ দুটা ফাইল অথবা ফোল্ডাৰ থাকিব নোৱাৰিব। যদি আপুনি "
7602 "কাম কৰি ফোল্ডাৰৰ ভিতৰত ইতিমধ্যে থকা এটা নামৰ সৈতে এটা ফাইলক পুনৰ নাম দিব "
7603 "বিচাৰে, ফাইল ব্যৱস্থাপকে তাৰ অনুমতি নিদিব।"
75587604
75597605 #. (itstool) path: item/p
75607606 #: C/files-rename.page:80
2266922715 "A list of devices will be shown. If there are no <gui>playback hardware "
2267022716 "devices</gui>, your sound card has not been detected."
2267122717 msgstr ""
22718 "ডিভাইচসমূহৰ এটা তালিকা দেখুৱা হব। যদি কোনো <gui>প্লেবেক হাৰ্ডৱেৰ ডিভাইচসমূহ</gui> "
22719 "নাই, আপোনাৰ শব্দ কাৰ্ড চিনাক্ত হোৱা নাই।"
2267222720
2267322721 #. (itstool) path: section/p
2267422722 #: C/sound-nosound.page:106
2267622724 "If your sound card is not detected, you may need to manually install the "
2267722725 "drivers for it. How you do this will depend on the card you have."
2267822726 msgstr ""
22727 "যদি আপোনাৰ শব্দ কাৰ্ড চিনাক্ত হোৱা নাই, আপুনি ইয়াৰ বাবে ড্ৰাইভাৰসমূহ হস্তচালিতভাৱে "
22728 "ইনস্টল কৰিব লাগিব। আপুনি এনেকুৱা কেনেকৈ কৰিব সেয়া আপোনাৰ কাৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিব।"
2267922729
2268022730 #. (itstool) path: section/p
2268122731 #: C/sound-nosound.page:109
2269722747 "on support forums (or otherwise) for your Linux distribution for "
2269822748 "instructions."
2269922749 msgstr ""
22750 "আপুনি আপোনাৰ কাৰ্ডৰ বাবে ড্ৰাইভাৰসমূহ সন্ধান কৰি ইনস্টল কৰিবলৈ সক্ষম হব লাগে। "
22751 "নিৰ্দেশৰ বাবে আপোনাৰ Linux বিতৰণৰ বাবে সমৰ্থন ফৰাম (অথবা অন্য) ত সোধাটো উত্তম।"
2270022752
2270122753 #. (itstool) path: section/p
2270222754 #: C/sound-nosound.page:121
2270522757 "sound card. You can get sound cards that can be installed inside the "
2270622758 "computer and external USB sound cards."
2270722759 msgstr ""
22760 "যদি আপুনি আপোনাৰ শব্দ কাৰ্ডৰ বাবে ড্ৰাইভাৰ প্ৰাপ্ত কৰিব নোৱাৰে, আপুনি এটা নতুন শব্দ "
22761 "কাৰ্ড কিনাৰ কথা ভাৱি চাব পাৰে। আপুনি কমপিউটাৰ আৰু বহিৰ্তম USB শব্দ কাৰ্ডৰ ভিতৰত "
22762 "ইনস্টল কৰিব পৰা শব্দ কাৰ্ডসমূহ প্ৰাপ্ত কৰিব পাৰে।"
2270822763
2270922764 #. (itstool) path: info/desc
2271022765 #: C/sound-usemic.page:27
2274522800 "USB microphones act as separate audio devices, and you may have to specify "
2274622801 "which microphone to use by default."
2274722802 msgstr ""
22803 "যদি আপোনাৰ এটা USB মাইক্ৰফোন আছে, ইয়াক আপোনাৰ কমপিউটাৰৰ যিকোনো USB পৰ্টত প্লাগ "
22804 "কৰক। USB মাইক্ৰফোনসমূহ পৃথক অডিঅ' ডিভাইচ ৰূপত ব্যৱহাৰ কৰে, আৰু আপুনি অবিকল্পিতভাৱে "
22805 "কোন মাইক্ৰফোন ব্যৱহাৰ কৰিব ধাৰ্য্য কৰিব লাগিব।"
2274822806
2274922807 #. (itstool) path: steps/title
2275022808 #: C/sound-usemic.page:50 C/sound-usespeakers.page:55
2275322811
2275422812 #. (itstool) path: item/p
2275522813 #: C/sound-usemic.page:59
22814 #, fuzzy
2275622815 msgid ""
2275722816 "In the <gui>Input</gui> tab, select the device that you want to use. The "
2275822817 "input level indicator should respond when you speak."
2275922818 msgstr ""
22819 "ডিভাইচসমূহৰ তালিকাৰ পৰা ডিভাইচ বাছক। আপুনি কথা কওতে ইনপুট স্তৰ সূচকে প্ৰতিক্ৰিয়া "
22820 "কৰিব।"
2276022821
2276122822 #. (itstool) path: page/p
2276222823 #: C/sound-usemic.page:64
2278222843 "usually either connect using a circular TRS (<em>tip, ring, sleeve</em>) "
2278322844 "plug or with USB."
2278422845 msgstr ""
22846 "আপুনি আপোনাৰ কমপিউটাৰৰ সৈতে বহিৰ্তম স্পিকাৰ অথবা হেডফোন ব্যৱহাৰ কৰিব পাৰিব। "
22847 "স্পিকাৰসমূহ সাধাৰণত এটা বৃত্তিয় TRS (<em>tip, ring, sleeve</em>) প্লাগ অথবা USB "
22848 "ব্যৱহাৰ কৰি সংযোগ কৰে।"
2278522849
2278622850 #. (itstool) path: page/p
2278722851 #: C/sound-usespeakers.page:37
2283022894 "Set the sound volume for the computer and control the loudness of each "
2283122895 "application."
2283222896 msgstr ""
22897 "কমপিউটাৰৰ শব্দ ভলিউম সংহতি কৰক আৰু প্ৰতিটো এপ্লিকেচনৰ শব্দ উচ্চতা নিয়ন্ত্ৰণ কৰক।"
2283322898
2283422899 #. (itstool) path: page/title
2283522900 #: C/sound-volume.page:24
2286022925 "using the volume control on the speakers themselves. Some headphones have a "
2286122926 "volume control too."
2286222927 msgstr ""
22928 "যদি আপোনাৰ বহিৰ্তম স্পিকাৰ আছে, আপুনি স্পিকাৰত ভলিউম নিয়ন্ত্ৰণ ব্যৱহাৰ কৰি ভলিউম "
22929 "পৰিবৰ্তন কৰিব পাৰিব। কিছুমান হেডফোনৰ এটা ভলিউম নিয়ন্ত্ৰণ থাকে।"
2286322930
2286422931 #. (itstool) path: section/title
2286522932 #: C/sound-volume.page:40
2342223489 "between different keyboard layouts using an icon in the top bar. To learn "
2342323490 "how, see <link xref=\"keyboard-layouts\"/>."
2342423491 msgstr ""
23492 "আপুনি আপোনাৰ কিবৰ্ডক অন্য ভাষাৰ কিবৰ্ডৰ নিচিনা ব্যৱহাৰ কৰাব পাৰে, কি'ত থকা "
23493 "আখৰসমূহৰ নিৰ্বিশেষ। আপুনি ওপৰ বাৰত এটা আইকন ব্যৱহাৰ কৰি বিভিন্ন কিবৰ্ডৰ মাজত চুইচ "
23494 "কৰিব পাৰিব। কেনেকৈ কৰিব জানিবলৈ, <link xref=\"keyboard-layouts\"/> চাওক।"
2342523495
2342623496 #. (itstool) path: section/title
2342723497 #: C/tips-specialchars.page:128
2344523515 "default input method provided, so refer to the input methods documentation "
2344623516 "to see how to use them."
2344723517 msgstr ""
23518 "এটা ইনপুট পদ্ধতি বাছিবলৈ, এটা লিখনী উইজেটৰ ওপৰ ৰাইট-ক্লিক কৰক, আৰু <gui>ইনপুট "
23519 "পদ্ধতি</gui> মেনুত, আপুনি ব্যৱহাৰ কৰিব খোজা এটা ইনপুট পদ্ধতি বাছক। কোনো অবিকল্পিত "
23520 "ইনপুট পদ্ধতি প্ৰদান কৰা হোৱা নাই, সেয়েহে ইনপুট পদ্ধতিসমূহ কেনেকৈ ব্যৱহাৰ কৰিব "
23521 "জানিবলৈ ইনপুট পদ্ধতিসমূহ তথ্যচিত্ৰ চাওক।"
2344823522
2344923523 #. (itstool) path: info/desc
2345023524 #: C/tips.page:12
2359423668 "each person in your household or company. Every user has their own home "
2359523669 "folder, documents, and settings."
2359623670 msgstr ""
23671 "আপুনি আপোনাৰ কমপিউটাৰলৈ একাধিক ব্যৱহাৰকাৰী একাওন্ট যোগ কৰিব পাৰিব। আপোনাৰ ঘৰ "
23672 "অথবা কোম্পানীৰ প্ৰত্যকজন মানুহক এটা একাওন্ট দিয়ক। প্ৰত্যকজন ব্যৱহাৰকাৰীৰ তাৰ নিজস্ব "
23673 "ঘৰ ফোল্ডাৰ, দস্তাবেজসমূহ, আৰু সংহতিসমূহ আছে।"
2359723674
2359823675 #. (itstool) path: page/p
2359923676 #: C/user-add.page:76
2412224199
2412324200 #. (itstool) path: page/p
2412424201 #: C/user-delete.page:40
24202 #, fuzzy
2412524203 msgid ""
2412624204 "You can <link xref=\"user-add\">add multiple user accounts to your computer</"
2412724205 "link>. If somebody is no longer using your computer, you can delete that "
2412824206 "user's account."
2412924207 msgstr ""
24208 "আপুনি আপোনাৰ কমপিউটাৰৰ একাধিক ব্যৱহাৰকাৰী একাওন্ট যোগ কৰিব পাৰিব। কেনেকৈ কৰিব "
24209 "জানিবলৈ <link xref=\"user-add\"/> চাওক। যদি কোনোবাই আপোনাৰ কমপিউটাৰ আৰু "
24210 "ব্যৱহাৰ কৰি থকা নাই, আপুনি সেই ব্যৱহাৰকাৰী একাওন্ট মচি পেলাব পাৰে।"
2413024211
2413124212 #. (itstool) path: page/p
2413224213 #: C/user-delete.page:44
2418624267 "password is easy to guess, someone may figure it out and gain access to your "
2418724268 "personal information."
2418824269 msgstr ""
24270 "এটা ভাল পাছৱাৰ্ড নিৰ্বাচন কৰিলে আপোনাৰ কমপিউটাৰ সুৰক্ষিত থাকিব। যদি আপোনাৰ "
24271 "পাছৱাৰ্ড অনুমান কৰিবলৈ সহজ, কোনোবাই ইয়াক অনুমান লগাই আপোনাৰ ব্যক্তিগত তথ্য অভিগম "
24272 "কৰিব পাৰিব।"
2418924273
2419024274 #. (itstool) path: page/p
2419124275 #: C/user-goodpassword.page:42
2452724611 "screen. The top left corner of the screen, for instance, always corresponds "
2452824612 "to the same point on the tablet."
2452924613 msgstr ""
24614 "<em>প্ৰকৃত</em> অৱস্থাত, টেবলেটৰ প্ৰতিটো বিন্দু পৰ্দাৰ এটা বিন্দুলৈ চিহ্ন কৰে। পৰ্দাৰ "
24615 "ওপৰ বাঁও চুক, উদাহৰণস্বৰূপ, সদায় টেবলেটৰ একেটা বিন্দুলৈ প্ৰসংগ কৰে।"
2453024616
2453124617 #. (itstool) path: note/p
2453224618 #: C/wacom-mode.page:43
2463324719 "the tablet, a pager will be displayed next to the stylus device name. Use "
2463424720 "the pager to choose which stylus to configured."
2463524721 msgstr ""
24722 "যদি আপোনাৰ এটাতকৈ অধিক স্টাইলাচ থাকে, অতিৰিক্ত স্টাইলাচ টেবলেটৰ ওচৰ পাওতে, "
24723 "স্টাইলাচ ডিভাইচ নামৰ কাষত এটা পেজাৰ প্ৰদৰ্শন কৰা হব। কোনো স্টাইলাচ সংৰূপ কৰা হব "
24724 "নিৰ্বাচন কৰিবলৈ পেজাৰ ব্যৱহাৰ কৰক।"
2463624725
2463724726 #. (itstool) path: info/desc
2463824727 #: C/wacom.page:7
2474724836 #~ "Settings</gui>."
2474824837 #~ msgstr "মেনু বাৰত ব্লুটুথ আইকন ক্লিক কৰক আৰু <gui>ব্লুটুথ সংহতিসমূহ</gui> বাছক।"
2474924838
24839 #~ msgid ""
24840 #~ "Select the device to send files to from the list on the left. The list "
24841 #~ "only shows devices you've already connected to. See <link xref="
24842 #~ "\"bluetooth-connect-device\"/>."
24843 #~ msgstr ""
24844 #~ "বাওঁফালৰ তালিকাৰ পৰা ফাইলসমূহ পঠাবলৈ ডিভাইচ বাছক। তালিকায় কেৱল আপুনি সংযোগ "
24845 #~ "কৰা ডিভাইচসমূহ দেখুৱায়। <link xref=\"bluetooth-connect-device\"/> চাওক।"
24846
2475024847 #~ msgid "In the device information on the right, click <gui>Send Files</gui>."
2475124848 #~ msgstr "সোঁফালে ডিভাইচ তথ্যত, <gui>ফাইলসমূহ পঠাওক</gui> ক্লিক কৰক।"
2475224849