Codebase list gnome-user-docs / c6d8bc2
Assamese translation updated Nilamdyuti Goswami 10 years ago
1 changed file(s) with 189 addition(s) and 3 deletion(s). Raw diff Collapse all Expand all
11 msgid ""
22 msgstr ""
33 "Project-Id-Version: \n"
4 "POT-Creation-Date: 2013-12-05 13:42+0000\n"
5 "PO-Revision-Date: 2013-12-05 21:04+0630\n"
4 "POT-Creation-Date: 2013-12-05 15:31+0000\n"
5 "PO-Revision-Date: 2013-12-09 15:10+0630\n"
66 "Last-Translator: Nilamdyuti Goswami <ngoswami@redhat.com>\n"
77 "Language-Team: Assamese <kde-i18n-doc@kde.org>\n"
88 "Language: as_IN\n"
26492649 "need to connect your computer to the device. This is also called pairing the "
26502650 "Bluetooth devices."
26512651 msgstr ""
2652 "এটা ব্লুটুথ ডিভাইচ যেনে এটা মাউছ অথবা এটা হেডছেট ব্যৱহাৰ কৰৰিবলৈ, আপুনি আপোনাৰ "
2653 "কমপিউটাৰক সেই ডিভাইচৰ সৈতে সংযুক্ত কৰিব লাগিব। ইয়াক ব্লুটুথ ডিভাইচসমূহ যোৰ কৰা "
2654 "কোৱা হয়।"
26522655
26532656 #. (itstool) path: note/p
26542657 #: C/bluetooth-connect-device.page:42 C/bluetooth-send-file.page:56
26892692
26902693 #. (itstool) path: item/p
26912694 #: C/bluetooth-connect-device.page:65
2695 #, fuzzy
26922696 msgid ""
26932697 "Make the other Bluetooth device <link xref=\"bluetooth-visibility"
26942698 "\">discoverable or visible</link> and place it within 10 meters (about 33 "
26952699 "feet) of your computer."
26962700 msgstr ""
2701 "অন্য ব্লুটুথ ডিভাইচক <link xref=\"bluetooth-visibility\">খোজ কৰিব পৰা অথবা "
2702 "দৃশ্যমান</link> কৰক আৰু ইয়াক আপোনাৰ কমপিউটাৰৰ ৰ পৰা ১০ মিটাৰ (৩৩ ফিট) দুৰত্বৰ "
2703 "মাজত ৰাখক। <gui>আগবাঢ়ক</gui> ক্লিক কৰক। আপোনাৰ কমপিউটাৰে ডিভাইচসমূহ সন্ধান কৰা "
2704 "আৰম্ভ কৰিব।"
26972705
26982706 #. (itstool) path: item/p
26992707 #: C/bluetooth-connect-device.page:70
27312739 "PIN such as 0000, or no PIN at all. Check your device's manual for the "
27322740 "proper setting."
27332741 msgstr ""
2742 "স্বচালিত PIN সংহতিয়ে এটা ছয়-ডিজিট সাংখ্যিক ক'ড ব্যৱহাৰ কৰিব। কোনো ইনপুট কি অথবা "
2743 "পৰ্দা নথকা এটা ডিভাইচ, যেনে এটা মাউছ অথবা হেডছেটৰ এটা নিৰ্দিষ্ট PIN যেনে 0000, "
2744 "অথবা কোনো PIN নহলেও হব। সঠিক সংহতিৰ বাবে আপোনাৰ ডিভাইচ পৰিক্ষা কৰক।"
27342745
27352746 #. (itstool) path: item/p
27362747 #: C/bluetooth-connect-device.page:88
27562767 "you the PIN you see on your computer screen, or may prompt you to enter the "
27572768 "PIN. Confirm the PIN on the device, then click <gui>Matches</gui>."
27582769 msgstr ""
2770 "যদি প্ৰয়োজন হয়, আপোনাৰ অন্য ডিভাইচত PIN সুনিশ্চিত কৰক। ডিভাইচে আপুনি কমপিউটাৰৰ "
2771 "পৰ্দাত দেখি পোৱা PIN দেখুৱাব লাগে, অথবা আপোনাক PIN সুমুৱাবলৈ ক'ব পাৰে। ডিভাইচত "
2772 "PIN সুনিশ্চিত কৰক, তাৰ পিছত <gui>মিল খায়</gui> ক্লিক কৰক।"
27592773
27602774 #. (itstool) path: item/p
27612775 #: C/bluetooth-connect-device.page:100
27642778 "the connection will not be completed. If that happens, return to the device "
27652779 "list and start again."
27662780 msgstr ""
2781 "আপুনি আপোনাৰ প্ৰৱিষ্টিক বেছিৰভাগ ডিভাইচত ২০ ছেকেণ্ডৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব, "
2782 "নহলে সংযোগ সম্পূৰ্ণ নহব। যদি তেনেকুৱা হয়, ডিভাইচ তালিকাত উভতি যাওক আৰু আকৌ আৰম্ভ "
2783 "কৰক।"
27672784
27682785 #. (itstool) path: item/p
27692786 #: C/bluetooth-connect-device.page:103
28352852 "change a setting to allow connections to be made. Make sure that your device "
28362853 "is set up to allow connections."
28372854 msgstr ""
2855 "কিছুমান ব্লুটুথ ডিভাইচে অবিকল্পিতভাৱে সংযোগ প্ৰতিৰোধ কৰে, অথবা আপোনাক সংযোগ স্থাপন "
2856 "কৰিবলৈ আপোনাক এটা সংহতি পৰিবৰ্তন কৰিবলৈ ক'ব পাৰে। আপোনাৰ ডিভাইচ সংযোগৰ অনুমতি "
2857 "দিবলৈ সংস্থাপিত থকাটো সুনিশ্চিত কৰক।"
28382858
28392859 #. (itstool) path: item/title
28402860 #: C/bluetooth-problem-connecting.page:41
28502870 "so you may not be able to get the right drivers for them. In this case, you "
28512871 "will probably have to get a different Bluetooth adapter."
28522872 msgstr ""
2873 "আপোনাৰ ব্লুটুথ এডাপ্টাৰ/ডঙল কমপিউটাৰ দ্বাৰা চিনাক্ত নহব পাৰে। ই এডাপ্টাৰৰ বাবে "
2874 "<link xref=\"hardware-driver\">ড্ৰাইভাৰসমূহ</link> ইনস্টল নথকা বাবে হব পাৰে। "
2875 "কিছুমান ব্লটুথ এডাপ্টাৰ Linux ত সমৰ্থিত নহয়, সেয়েহে আপুনি সিহতৰ বাবে সঠিক "
2876 "ড্ৰাইভাৰসমূহ নাপাব পাৰে। এই ক্ষেত্ৰত, আপুনি সম্ভবত এটা ভিন্ন ব্লুটুথ এডাপ্টাৰ প্ৰাপ্ত "
2877 "কৰিব লগিয়া হব পাৰে।"
28532878
28542879 #. (itstool) path: item/title
28552880 #: C/bluetooth-problem-connecting.page:49
28842909
28852910 #. (itstool) path: item/p
28862911 #: C/bluetooth-problem-connecting.page:63
2912 #, fuzzy
28872913 msgid ""
28882914 "Check that Bluetooth is turned on on the device you're trying to connect to, "
28892915 "and that it is <link xref=\"bluetooth-visibility\">discoverable or visible</"
28902916 "link>. For example, if you're trying to connect to a phone, make sure that "
28912917 "it's not in airplane mode."
28922918 msgstr ""
2919 "আপুনি সংযোগ কৰাৰ চেষ্টা কৰা ডিভাইচত ব্লুটুথ অন আছে নে চাওক। উদাহৰণস্বৰূপ, যদি আপুনি "
2920 "এটা ফোনৰ সৈতে সংযোগ কৰাৰ চেষ্টা কৰি আছে, ই বিমান অৱস্থাত নথকাটো সুনিশ্চিত কৰক।"
28932921
28942922 #. (itstool) path: item/title
28952923 #: C/bluetooth-problem-connecting.page:70
29332961 "like a mouse or headset, or if you no longer wish to transfer files to or "
29342962 "from a device."
29352963 msgstr ""
2964 "যদি আপুনি এটা ব্লুটুথ ডিভাইচৰ সৈতে সংযুক্ত থকাটো নিবিচাৰে, আপুনি সংযোগ আতৰাব পাৰে। "
2965 "ই উপযোগী যদি আপুনি এটা ডিভাইচ যেনে, এটা মাউছ অথবা হেডছেট ব্যৱহাৰ কৰিব "
2966 "নিবিচাৰে, অথবা আপুনি এটা ডিভাইচৰ পৰা ফাইলসমূহ স্থানান্তৰ কৰিব নিবিচাৰে।"
29362967
29372968 #. (itstool) path: when/p
29382969 #: C/bluetooth-remove-connection.page:47
29913022 "using the Bluetooth icon in the menu bar, from the Bluetooth settings "
29923023 "window, or directly from the file manager."
29933024 msgstr ""
3025 "আপুনি সংযুক্ত ব্লুটুথ ডিভাইচসমূহলৈ ফািলবোৰ পঠাব পাৰে, যেনে কিছুমান মবাইল ফোন অথবা "
3026 "অন্য কমপিউটাৰ। কিছুমান ডিভাইচে ফাইলসমূহৰ স্থানান্তৰ অথবা বিশেষ ধৰণৰ ফাইলৰ "
3027 "স্থানান্তৰৰ অনুমতি নিদিয়ে। আপুনি ফাইলসমূহক তিনিটা পদ্ধতিৰ এটা পদ্ধতিৰে পঠাব পাৰিব: "
3028 "মেনু বাৰত ব্লুটুথ আইকন ব্যৱহাৰ কৰি, ব্লুটুথ সংহতিসমূহ উইন্ডোৰ পৰা, অথবা প্ৰত্যক্ষভাৱে "
3029 "ফাইল ব্যৱস্থাপকৰ পৰা।"
29943030
29953031 #. (itstool) path: choose/p
29963032 #: C/bluetooth-send-file.page:43
30003036 "files, or specific types of files. You can send files using the Bluetooth "
30013037 "icon on the top bar, or from the Bluetooth settings window."
30023038 msgstr ""
3039 "আপুনি সংযুক্ত ব্লুটুথ ডিভাইচসমূহলৈ ফািলবোৰ পঠাব পাৰে, যেনে কিছুমান মবাইল ফোন অথবা "
3040 "অন্য কমপিউটাৰ। কিছুমান ডিভাইচে ফাইলসমূহৰ স্থানান্তৰ অথবা বিশেষ ধৰণৰ ফাইলৰ "
3041 "স্থানান্তৰৰ অনুমতি নিদিয়ে। আপুনি ফাইলসমূহক ওপৰ বাৰত ব্লুটুথ আইকন ব্যৱহাৰ কৰি অথবা "
3042 "ব্লুটুথ সংহতিসমূহ উইন্ডোৰ পৰা পঠাব পাৰিব।"
30033043
30043044 #. (itstool) path: when/p
30053045 #: C/bluetooth-send-file.page:64
1586715907 "step</link>. If you didn't find anything related to your wireless adapter, "
1586815908 "see <link xref=\"#not-recognized\">the instructions below</link>."
1586915909 msgstr ""
15910 "যদি আপুনি আপোনাৰ বেতাঁৰ এডাপ্টাৰ বিষয়ে কোতো তথ্য পাইছে, <link xref=\"net-"
15911 "wireless-troubleshooting-device-drivers\">ডিভাইচ ড্ৰাইভাৰ স্তৰ</link> লৈ যাওক। "
15912 "যদি আপুনি আপোনাৰ বেতাঁৰ এডাপ্টাৰৰ সৈতে প্ৰাসংগিক একো নাই পোৱা, <link xref=\"#not-"
15913 "recognized\">তলত দিয়া নিৰ্দেশ চাওক</link>।"
1587015914
1587115915 #. (itstool) path: section/title
1587215916 #: C/net-wireless-troubleshooting-hardware-check.page:140
1643816482 "gradually decreases. There are a few techniques that you can use to prolong "
1643916483 "their useful lifetime, although you should not expect a big difference."
1644016484 msgstr ""
16485 "লেপটপ বেটাৰিসমূহ যিমান পুৰনি হয়, তিমান সিহতৰ চাৰ্জ সংৰক্ষণ কৰাৰ ক্ষমতা কম হয় আৰু "
16486 "সিহতৰ ক্ষমতা কম হয়। কিছুমান প্ৰক্ৰিয়াৰে আপুনি সিহতৰ উপযোগী জীৱনকাল বৃদ্ধি কৰিব "
16487 "পাৰিব, কিন্তু আপুনি এটা বৃহত পাৰ্থক্য নাপাব।"
1644116488
1644216489 #. (itstool) path: item/p
1644316490 #: C/power-batteryoptimal.page:36
1646516512 "in buying a replacement battery at the same time as you get the original "
1646616513 "battery - always buy replacements when you need them."
1646716514 msgstr ""
16515 "বেটাৰিসমূহক আপুনি চাৰ্জত থলেও পুৰনি হয়। আপুনি পকৃত বেটাৰি থকাৰ সময়তে এটা প্ৰতিস্থাপন "
16516 "বেটাৰি কিনাটো লাভদায়ক নহয় - কেৱল প্ৰয়োজন হলেহে প্ৰতিস্থাপন কিনিব।"
1646816517
1646916518 #. (itstool) path: note/p
1647016519 #: C/power-batteryoptimal.page:54
1647316522 "are the most common type. Other types of battery may benefit from different "
1647416523 "treatment."
1647516524 msgstr ""
16525 "এই উপদেশ বিশেষকৈ Lithium-Ion (Li-Ion) বেটাৰিসমূহৰ বাবে প্ৰযোজ্য, যি আটাইতকৈ "
16526 "সূলভ। অন্য ধৰণৰ বেটাৰিয়ে ভিন্ন প্ৰক্ৰিয়াৰে লাভদায়ক হব পাৰে।"
1647616527
1647716528 #. (itstool) path: info/desc
1647816529 #: C/power-batteryslow.page:7
1722317274 "case something goes wrong and your open applications and documents cannot be "
1722417275 "recovered when you resume the computer again."
1722517276 msgstr ""
17277 "আপুনি কমপিউটাৰ স্থগিত কৰাৰ আগত আপোনাৰ সকলো কাম সংৰক্ষণ কৰিব লাগে, কিয়নো কিবা "
17278 "সমস্যা হলে আপোনাৰ খোলা এপ্লিকেচনসমূহ আৰু দস্তাবেজসমূহক কমপিউটাৰ অব্যাহত কৰোতে "
17279 "পুনৰুদ্ধাৰ কৰা নাযাব।"
1722617280
1722717281 #. (itstool) path: info/desc
1722817282 #: C/power-whydim.page:28
1789117945 "If you want to pause or release a print job, you can do so by going to the "
1789217946 "jobs dialog in the printer settings and click the appropriate button."
1789317947 msgstr ""
17948 "যদি আপুনি এটা প্ৰিন্ট কাৰ্য্যক বিৰাম দিব খোজে অথবা মুক্ত কৰিব খোজে, আপুনি প্ৰিন্টাৰ "
17949 "সংহতিসমূহত কাৰ্য্যসমূহ ডাইলগত গৈ আৰু সঠিক বুটাম ক্লিক কৰি কৰিব পাৰিব।"
1789417950
1789517951 #. (itstool) path: item/p
1789617952 #: C/printing-cancel-job.page:84 C/printing-name-location.page:71
1803718093 "some laser printers. Check your printer's manual to see if it accepts "
1803818094 "envelopes; otherwise, you could damage the printer by feeding an envelope in."
1803918095 msgstr ""
18096 "কিছুমান প্ৰিন্টাৰ খাম প্ৰিন্ট কৰিবলৈ ৰূপাঙ্কিত নহয়, বিশেষভাৱে লেছাৰ প্ৰিন্টাৰসমূহ। "
18097 "আপোনাৰ প্ৰিন্টাৰে খামসমূহ গ্ৰহণ কৰে নে চাবলৈ আপোনাৰ প্ৰিন্টাৰৰ হাতপুথি চাওক, আপুনি "
18098 "এটা খাম দি প্ৰিন্টাৰক নষ্ট কৰিব পাৰে।"
1804018099
1804118100 #. (itstool) path: info/desc
1804218101 #: C/printing-inklevel.page:8
1805518114 "model and manufacturer of your printer, and the drivers and applications "
1805618115 "installed on your computer."
1805718116 msgstr ""
18117 "আপুনি আপোনাৰ প্ৰিন্টাৰত কিমান চিয়াঁহী অথবা টনাৰ অৱশিষ্ট আছে কেনেকৈ নিৰীক্ষণ কৰে "
18118 "সেয়া আপোনাৰ প্ৰিন্টাৰৰ আৰ্হি আৰু নিৰ্মাণ, আৰু লগতে আপোনাৰ কমপিউটাৰত ইনস্টল্ড "
18119 "ড্ৰাইভাৰসমূহ আৰু এপ্লিকেচনসমূহৰ ওপৰত নিৰ্ভৰ কৰে।"
1805818120
1805918121 #. (itstool) path: page/p
1806018122 #: C/printing-inklevel.page:25
1807118133 "Linux Imaging and Printing (HPLIP) project. Other manufacturers might supply "
1807218134 "proprietary drivers with similar features."
1807318135 msgstr ""
18136 "বেছিৰভাগ HP প্ৰিন্টাৰসমূহৰ বাবে ড্ৰাইভাৰসমূহ আৰু অৱস্থা সঁজুলিসমূহ HP Linux ইমেজিং আৰু "
18137 "প্ৰিন্টিং (HPLIP) প্ৰকল্প দ্বাৰা প্ৰদান কৰা হয়। অন্য নিৰ্মাতাসকলে সদৃশ বৈশিষ্ট্যৰ সৈতে "
18138 "প্ৰপাইটেৰি ড্ৰাইভাৰসমূহ প্ৰদান কৰিব পাৰে। "
1807418139
1807518140 #. (itstool) path: page/p
1807618141 #: C/printing-inklevel.page:32
1819118256 "pages end up in reverse order when you pick them up. If needed, you can "
1819218257 "reverse this printing order."
1819318258 msgstr ""
18259 "প্ৰিন্টাৰসমূহে সাধাৰণত প্ৰথম পৃষ্ঠাক প্ৰথমতে প্ৰিন্ট কৰে, আৰু শেষ পৃষ্টাক শেষত প্ৰিন্ট "
18260 "কৰে, সেয়েহে পৃষ্ঠাসমূহ উলোটা ক্ৰমত শেষ হব যেতিয়া আপুনি সিহতক তুলিব। যদি প্ৰয়োজন হয়, "
18261 "আপুনি এই প্ৰিন্টিং ক্ৰম উলোটা কৰিব পাৰে।"
1819418262
1819518263 #. (itstool) path: section/p
1819618264 #: C/printing-order.page:30
1830718375 "In the <gui>General</gui> tab in the <gui>Print</gui> window choose "
1830818376 "<gui>Pages</gui> from the <gui>Range</gui> section."
1830918377 msgstr ""
18378 "<gui>প্ৰিন্ট</gui> উইন্ডোত <gui>সাধাৰণ</gui> টেবত <gui>বিস্তাৰ</gui> অংশৰ পৰা "
18379 "<gui>পৃষ্ঠাসমূহ</gui> বাছক। "
1831018380
1831118381 #. (itstool) path: item/p
1831218382 #: C/printing-select.page:27
1831418384 "Type the numbers of the pages you want to print in the text box, separated "
1831518385 "by commas. Use a dash to denote a range of pages."
1831618386 msgstr ""
18387 "লিখনী বাকচত আপুনি প্ৰিন্ট কৰিন খোজা পৃষ্ঠাৰ সংখ্যা টাইপ কৰক, কমাৰে পৃথক কৰি। "
18388 "পৃষ্ঠাসমূহৰ এটা বিস্তাৰ বুজাবলৈ এটা ডেশ ব্যৱহাৰ কৰিব।"
1831718389
1831818390 #. (itstool) path: note/p
1831918391 #: C/printing-select.page:32
1832118393 "For example, if you enter \"1,3,5-7,9\" in the <gui>Pages</gui> text box, "
1832218394 "pages 1,3,5,6,7 and 9 will be printed."
1832318395 msgstr ""
18396 "উদাহৰণস্বৰূপ, যদি আপুনি <gui>পৃষ্ঠাসমূহ</gui> লিখনী বাকচত \"1,3,5-7,9\" সুমুৱায় পৃষ্ঠা "
18397 "1,3,5,6,7 আৰু 9 প্ৰিন্ট হব।"
1832418398
1832518399 #. (itstool) path: info/desc
1832618400 #: C/printing-setup-default-printer.page:27
1833818412 "If you have more than one printer available, you can select which will be "
1833918413 "your default printer. You may want to pick the printer you use most often."
1834018414 msgstr ""
18415 "যদি আপোনাৰ এটাতকৈ অধিক প্ৰিন্টাৰ থাকে, আপুনি আপোনাৰ অবিকল্পিত প্ৰিন্টাৰ বাছিব "
18416 "পাৰিব। আপুনি সৰ্বাধিক ব্যৱহাৰ কৰা প্ৰিন্টাৰ বাছিব পাৰিব।"
1834118417
1834218418 #. (itstool) path: note/p
1834318419 #: C/printing-setup-default-printer.page:36
1837018446 "printer search results by specifying a name or location of the printer (for "
1837118447 "example, <input>1st floor</input> or <input>entrance</input>)."
1837218448 msgstr ""
18449 "উপলব্ধ প্ৰিন্টাৰসমূহৰ তালিকাৰ পৰা বাছোতে, আপুনি প্ৰিন্টাৰৰ নাম অথবা অৱস্থান ধাৰ্য্য "
18450 "কৰি প্ৰিন্টাৰৰ সন্ধান ফলাফল ফিল্টাৰ কৰিব পাৰিব (উদাহৰণস্বৰূপ, )<input>1st floor</"
18451 "input> অথবা <input>entrance</input>।"
1837318452
1837418453 #. (itstool) path: note/p
1837518454 #: C/printing-setup-default-printer.page:65
1837618455 msgid ""
1837718456 "The search results filtering is available only in the dialog for addition of "
1837818457 "new printers."
18379 msgstr ""
18458 msgstr "সন্ধান ফলাফল ফিল্টাৰিং কেৱল নতুন প্ৰিন্টাৰসমূহ যোগ কৰাৰ ডাইলগত উপলব্ধ।"
1838018459
1838118460 #. (itstool) path: page/p
1838218461 #: C/printing-setup-default-printer.page:69
1838418463 "When you print in an application, the default printer is automatically used, "
1838518464 "unless you choose a different printer for that specific output."
1838618465 msgstr ""
18466 "যেতিয়া আপুনি এটা এপ্লিকেচনত প্ৰিন্ট কৰে, অবিকল্পিত প্ৰিন্টাৰ স্বচালিতভাৱে ব্যৱহাৰ হয়, "
18467 "যদিহে আপুনি সেই নিৰ্দিষ্ট আউটপুটৰ বাবে এটা ভিন্ন প্ৰিন্টাৰ ব্যৱহাৰ নকৰে।"
1838718468
1838818469 #. (itstool) path: info/desc
1838918470 #: C/printing-setup.page:34
1839718478
1839818479 #. (itstool) path: page/p
1839918480 #: C/printing-setup.page:39
18481 #, fuzzy
1840018482 msgid ""
1840118483 "Your system can recognize many types of printers automatically once they are "
1840218484 "connected. Most printers are connected with a USB cable that attaches to "
1840318485 "your computer."
1840418486 msgstr ""
18487 "আপোনাৰ চিস্টেমে সংযুক্ত অৱস্থাত বহু ধৰণৰ প্ৰিন্টাৰ স্বচালিতভাৱে চিনাক্ত কৰিব পাৰিব। "
18488 "বেছিৰভাগ প্ৰিন্টাৰ আপোনাৰ কমপিউটাৰৰ সৈতে সংলঘ্ন এটা USB কেবুলৰ সৈতে সংযুক্ত হয়।"
1840518489
1840618490 #. (itstool) path: note/p
1840718491 #: C/printing-setup.page:44
1840918493 "You do not need to select whether you want to install network or local "
1841018494 "printer now. They are listed in one window."
1841118495 msgstr ""
18496 "আপুনি এতিয়া নেটৱাৰ্ক অথবা স্থানীয় প্ৰিন্টাৰ ইনস্টল কৰিব খোজে নে নিৰ্বাচন কৰিব "
18497 "নালাগে। সিহত এটা উইন্ডোত তালিকাভুক্ত হয়।"
1841218498
1841318499 #. (itstool) path: item/p
1841418500 #: C/printing-setup.page:55
1842218508 "activity on the screen as the system searches for drivers, and you may be "
1842318509 "asked to authenticate to install them."
1842418510 msgstr ""
18511 "সঠিক কেবুল ব্যৱহাৰ কৰি প্ৰিন্টাৰক আপোনাৰ চিস্টেমৰ সৈতে সংযুক্ত কৰক। চিস্টেম "
18512 "ড্ৰাইভাৰসমূহৰ বাবে সন্ধান কৰোতে আপুনি পৰ্দা গতিবিধি দেখি পাব, আৰু আপোনাক সিহতক "
18513 "ইনস্টল কৰিবলৈ প্ৰমাণিত কৰিবলৈ সোধা হব পাৰে।"
1842518514
1842618515 #. (itstool) path: item/p
1842718516 #: C/printing-setup.page:63
1843018519 "Select <gui>Print Test Page</gui> to print a test page, or <gui>Options</"
1843118520 "gui> to make additional changes in the printer setup."
1843218521 msgstr ""
18522 "চিস্টেমে প্ৰিন্টাৰ ইনস্টল কৰা সম্পূৰ্ণ কৰিলে এটা বাৰ্তা উপস্থিত হব। এটা পৰিক্ষণ পৃষ্ঠা "
18523 "প্ৰিন্ট কৰিবলৈ, <gui>পৰিক্ষণ পৃষ্ঠা প্ৰিন্ট কৰক</gui> বাছক, অথবা প্ৰিন্টাৰ সংস্থাপনত "
18524 "অতিৰিক্ত পৰিবৰ্তন কৰিবলৈ <gui>বিকল্পসমূহ</gui> বাছক।"
1843318525
1843418526 #. (itstool) path: page/p
1843518527 #: C/printing-setup.page:69
1843718529 "If your printer was not set up automatically, you can add it in the printer "
1843818530 "settings."
1843918531 msgstr ""
18532 "যদি আপোনাৰ প্ৰিন্টাৰ স্বচালিতভাৱে সংস্থাপন হোৱা নাছিল, আপুনি ইয়াক প্ৰিন্টাৰ "
18533 "সংহতিসমূহত যোগ কৰিব পাৰিব।"
1844018534
1844118535 #. (itstool) path: item/p
1844218536 #: C/printing-setup.page:85
1845418548 "If your printer does not appear in the Add Printer pop-up, you may need to "
1845518549 "install print drivers."
1845618550 msgstr ""
18551 "যদি আপোনাৰ প্ৰিন্টাৰ প্ৰিন্টাৰ যোগ কৰক পপ-আপত উপস্থিত নহয়, আপুনি প্ৰিন্ট ড্ৰাইভাৰ "
18552 "ইনস্টল কৰিব লগিয়া হব পাৰে।"
1845718553
1845818554 #. (itstool) path: page/p
1845918555 #: C/printing-setup.page:101
1846118557 "After you install the printer, you may wish to <link xref=\"printing-setup-"
1846218558 "default-printer\">change your default printer</link>."
1846318559 msgstr ""
18560 "আপুনি প্ৰিন্টাৰ ইনস্টল কৰাৰ পিছত, আপুনি <link xref=\"printing-setup-default-"
18561 "printer\"> আপোনাৰ অবিকল্পিত প্ৰিন্টাৰ পৰিবৰ্তন</link> কৰিব পাৰে।"
1846418562
1846518563 #. (itstool) path: info/desc
1846618564 #: C/printing-streaks.page:8
1846818566 "If print-outs are streaky, fading, or missing colors, check your ink levels "
1846918567 "or clean the print head."
1847018568 msgstr ""
18569 "যদি প্ৰিন্ট-আউটসমূহ স্টিকি, ফেডিং, অথবা ৰঙহিন হয়, আপোনাৰ চিয়াঁহী স্তৰ নিৰীক্ষণ কৰক "
18570 "অথবা প্ৰিন্ট হেড সফা কৰক।"
1847118571
1847218572 #. (itstool) path: page/title
1847318573 #: C/printing-streaks.page:21
1848118581 "there, or are otherwise poor in quality, this may be due to a problem with "
1848218582 "the printer or a low ink/toner supply."
1848318583 msgstr ""
18584 "যদি আপোনাৰ প্ৰিন্ট-আউটসমূহ স্ট্ৰিকি, ফেডেড, থাকিব নলগিয়া ৰেখা থাকে, অথবা বৈশিষ্ট্য "
18585 "কম হয়, ই প্ৰিন্টাৰ এটা সমস্যা অথবা নিম্ন চিয়াঁহী/টনাৰ যোগানৰ বাবে হব পাৰে।"
1848418586
1848518587 #. (itstool) path: item/p
1848618588 #: C/printing-streaks.page:35
1849318595 "You may be running out of ink or toner. Check your ink/toner supply and buy "
1849418596 "a new cartridge if necessary."
1849518597 msgstr ""
18598 "আপোনাৰ চিয়াঁহী অথবা টনাৰ কম হব পাৰে। আপোনাৰ চিয়াঁহী/টনাৰ নিৰীক্ষণ কৰক আৰু প্ৰয়োজন "
18599 "সাপেক্ষে এটা নতুন কাৰ্ট্ৰিজ কিনক।"
1849618600
1849718601 #. (itstool) path: item/p
1849818602 #: C/printing-streaks.page:41
1851818622 "The printer may have run out of one color of ink or toner. Check your ink/"
1851918623 "toner supply and buy a new cartridge if necessary."
1852018624 msgstr ""
18625 "প্ৰিন্টাৰত এটা ৰঙৰ চিয়াঁহী অথবা টনাৰ শেষ হৈছে। আপোনাৰ চিয়াঁহী/টনাৰ যোগান নিৰীক্ষণ "
18626 "কৰক আৰু প্ৰয়োজন সাপেক্ষে এটা নতুন কাৰ্ট্ৰিজ কিনক।"
1852118627
1852218628 #. (itstool) path: item/p
1852318629 #: C/printing-streaks.page:54
1853118637 "need to align the print head. See the printer's instruction manual for "
1853218638 "details on how to do this."
1853318639 msgstr ""
18640 "যদি আপোনাৰ প্ৰিন্ট-আউটত সিধা থাকিব লগিয়া ৰেখা জেগ্গড আহে, আপুনি প্ৰিন্ট হেড সংৰেখন "
18641 "কৰিব লগিয়া হব পাৰে। ইয়াক কেনেকৈ কৰিব জানিবলৈ প্ৰিন্টাৰৰ নিৰ্দেশ হাতপুথি চাওক।"
1853418642
1853518643 #. (itstool) path: info/desc
1853618644 #: C/printing-to-file.page:17
1853818646 "Save a document as a PDF, Postscript or SVG file instead of sending it a "
1853918647 "printer."
1854018648 msgstr ""
18649 "এটা দস্তাবেজক প্ৰিন্টাৰত পঠোৱা পৰিৱৰ্তে, ইয়াক এটা PDF, Postscript অথবা SVG ফাইল "
18650 "ৰূপত সংৰক্ষণ কৰক।"
1854118651
1854218652 #. (itstool) path: page/title
1854318653 #. (itstool) path: steps/title
1856218672 "\"menuitem\">Print</gui> in the menu or using the <keyseq><key>Ctrl</"
1856318673 "key><key>P</key></keyseq> keyboard shortcut."
1856418674 msgstr ""
18675 "প্ৰিন্ট ডাইলগ খোলক। ইয়াক সাধাৰণত মেনুত <gui style=\"menuitem\">প্ৰিন্ট</gui> "
18676 "ব্যৱহাৰ কৰি অথবা <keyseq><key>Ctrl</key><key>P</key></keyseq> কিবৰ্ড চৰ্টকাট "
18677 "ব্যৱহাৰ কৰি কৰিব পৰা যাব।"
1856518678
1856618679 #. (itstool) path: item/p
1856718680 #: C/printing-to-file.page:36
1856918682 "Select <gui>Print to File</gui> under <gui>Printer</gui> in the <gui style="
1857018683 "\"tab\">General</gui> tab."
1857118684 msgstr ""
18685 "<gui style=\"tab\">সাধাৰণ</gui> টেবত <gui>প্ৰিন্টাৰ</gui> ৰ অন্তৰ্গত <gui>ফাইললৈ "
18686 "প্ৰিন্ট কৰক</gui> বাছক।"
1857218687
1857318688 #. (itstool) path: item/p
1857418689 #: C/printing-to-file.page:40
1858518700 "a different <gui>Output format</gui>, select either <sys>Postscript</sys> or "
1858618701 "<sys>SVG</sys>."
1858718702 msgstr ""
18703 "<sys>PDF</sys> হল দস্তাবেজৰ বাবে অবিকল্পিত ফাইল ধৰণ। যদি আপুনি এটা ভিন্ন "
18704 "<gui>আউটপুট বিন্যাস</gui> ব্যৱহাৰ কৰিব খোজে, হয় <sys>Postscript</sys> অথবা "
18705 "<sys>SVG</sys> বাছক।"
1858818706
1858918707 #. (itstool) path: item/p
1859018708 #: C/printing-to-file.page:50
1860318721 "\">order and collate</link>, <link xref=\"printing-2sided\">two-sided and "
1860418722 "multi-page</link>…"
1860518723 msgstr ""
18724 "<link xref=\"printing-setup\">স্থানীয় সংস্থাপন</link>, <link xref=\"printing-"
18725 "order\">ক্ৰম আৰু কলেইট</link>, <link xref=\"printing-2sided\">দুই-পৃষ্ঠা আৰু বহু-"
18726 "পৃষ্ঠা</link>…"
1860618727
1860718728 #. (itstool) path: info/title
1860818729 #: C/printing.page:36
1863818759
1863918760 #. (itstool) path: info/desc
1864018761 #: C/privacy.page:9
18762 #, fuzzy
1864118763 msgid ""
1864218764 "<link xref=\"privacy-screen-lock\">Screen lock</link>, <link xref=\"privacy-"
1864318765 "history-recent-off\">Usage history</link>, <link xref=\"privacy-purge"
1864418766 "\">Purge trash &amp; temporary files</link>…"
1864518767 msgstr ""
18768 "<link xref=\"privacy-screen-lock\">পৰ্দা লক</link>, <link xref=\"privacy-name-"
18769 "visibility\">নাম &amp; দৃশ্যমানতা</link>, <link xref=\"privacy-history-recent-"
18770 "off\">ব্যৱহাৰৰ ইতিহাস</link>, <link xref=\"privacy-purge\">আবৰ্জনা &amp; "
18771 "অস্থায়ী ফাইলসমূহ আতৰাওক</link>…"
1864618772
1864718773 #. (itstool) path: page/title
1864818774 #: C/privacy.page:25
1865618782 "certain parts of your desktop are visible to others. You can also use these "
1865718783 "settings to clear your computer usage history and clean-out unecessary files."
1865818784 msgstr ""
18785 "GNOME ত <em>গোপনীয়তা সংহতিসমূহ</em> এ আপোনাক আপোনাৰ ডেস্কটপ কিছুমান অংশ অন্যলৈ "
18786 "দৃশ্যমান হব নে নহব নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আপুনি এই সংহতিসমূহ ব্যৱহাৰ কৰি আপোনাৰ "
18787 "কমপিউটাৰৰ ব্যৱহাৰ ইতিহাস আৰু অপ্ৰয়োজনীয় ফাইলসমূহ আতৰাব পাৰিব।"
1865918788
1866018789 #. (itstool) path: info/desc
1866118790 #: C/privacy-history-recent-off.page:9
1872618855 "This setting will not affect how your web browser stores information about "
1872718856 "the web sites you visit."
1872818857 msgstr ""
18858 "এই সংহতিয়ে আপোনাৰ ৱেব ব্ৰাউছাৰে কিধৰণে আপুনি ভ্ৰমণ কৰা ৱেব ছাইটসমূহৰ তথ্য সংৰক্ষণ "
18859 "কৰে তাৰ ওপৰ প্ৰভাৱ নেপেলায়।"
1872918860
1873018861 #. (itstool) path: info/desc
1873118862 #: C/privacy-purge.page:8
1875618887 "Automatically empty your trash and clear your temporary files after a set "
1875718888 "period of time:"
1875818889 msgstr ""
18890 "এটা নিৰ্দিষ্ট সময়ৰ পিছত আপোনাৰ আবৰ্জনা ৰিক্ত কৰক আৰু আপোনাৰ অস্থায়ী ফাইলসমূহ "
18891 "পৰিষ্কাৰ কৰক।"
1875918892
1876018893 #. (itstool) path: item/p
1876118894 #: C/privacy-purge.page:39
1876418897
1876518898 #. (itstool) path: item/p
1876618899 #: C/privacy-purge.page:42
18900 #, fuzzy
1876718901 msgid ""
1876818902 "Set the <gui>Automatically Purge Trash</gui> or <gui>Automatically Purge "
1876918903 "Temporary Files</gui> switches to <gui>ON</gui>."
1877018904 msgstr ""
18905 "<gui>স্বচালিতভাৱে আবৰ্জনা আতৰাওক</gui> অথবা <gui>অস্থায়ী ফাইলসমূহ স্বচালিতভাৱে "
18906 "আতৰাওক</gui> ক <gui>অন</gui> কৰক।"
1877118907
1877218908 #. (itstool) path: item/p
1877318909 #: C/privacy-purge.page:47
1877518911 "Set how often you would like your <em>Trash</em> and <em>Temporary Files</"
1877618912 "em> to be purged by changing the <gui>Purge After</gui> value."
1877718913 msgstr ""
18914 "<gui>চিহ্নিত সময়ৰ পিছত আতৰাওক</gui> মান সলনি কৰি আপোনাৰ <em>আবৰ্জনা</em> আৰু "
18915 "<em>অস্থায়ী ফাইলসমূহ</em> ক কিমান সঘনে পৰিষ্কাৰ কৰিব খোজে সংহতি কৰক।"
1877818916
1877918917 #. (itstool) path: item/p
1878018918 #: C/privacy-purge.page:52
18919 #, fuzzy
1878118920 msgid ""
1878218921 "Use the <gui>Empty Trash</gui> or <gui>Purge Temporary Files</gui> buttons "
1878318922 "to perform these actions immediately."
1878418923 msgstr ""
18924 "<gui>স্বচালিতভাৱে আবৰ্জনা আতৰাওক</gui> অথবা <gui>অস্থায়ী ফাইলসমূহ স্বচালিতভাৱে "
18925 "আতৰাওক</gui> ক <gui>অন</gui> কৰক।"
1878518926
1878618927 #. (itstool) path: item/p
1878718928 #: C/privacy-purge.page:56 C/privacy-screen-lock.page:66
1880418945 "Unless you have a specific need to immediately delete files from your trash, "
1880518946 "it is probably safer to set a longer <gui>Purge After</gui> value."
1880618947 msgstr ""
18948 "যেতিয়ালৈকে আপোনাৰ আবৰ্জনাৰ পৰা ফাইলসমূহ তৎক্ষনাত মচি পেলোৱা প্ৰয়োজনীয়তা নহয়, "
18949 "সাধাৰণত এটা দীঘল <gui>চিহ্নিত সময়ৰ পিছত আতৰাওক</gui> মান সংহতি কৰাটো সুৰক্ষিত।"
1880718950
1880818951 #. (itstool) path: info/desc
1880918952 #: C/privacy-screen-lock.page:13
1881118954 "Prevent other people from using your desktop when you go away from your "
1881218955 "computer."
1881318956 msgstr ""
18957 "আপুনি আপোনাৰ কমপিউটাৰৰ পৰা আতৰত গলে অন্য মানুহক আপোনাৰ ডেস্কটপ ব্যৱহাৰ কৰাৰ পৰা "
18958 "প্ৰতিৰোধ কৰক।"
1881418959
1881518960 #. (itstool) path: page/title
1881618961 #: C/privacy-screen-lock.page:31
1883518980 "continue to run, but you will need to enter your password to begin using "
1883618981 "them again."
1883718982 msgstr ""
18983 "যেতিয়া আপোনাৰ পৰ্দা লক থাকে, আপোনাৰ এপ্লিকেচনসমূহ আৰু চিস্টেম প্ৰক্ৰিয়াসমূহ চলি "
18984 "থাকিব, কিন্তু সিহতক আকৌ ব্যৱহাৰ কৰিবলৈ আপুনি আপোনাৰ পাছৱাৰ্ড দিব লাগিব।"
1883818985
1883918986 #. (itstool) path: steps/title
1884018987 #: C/privacy-screen-lock.page:45
1885319000 "Make sure <gui>Automatic Screen Lock</gui> is switched on, then select a "
1885419001 "length of time from the drop-down list."
1885519002 msgstr ""
19003 "<gui>স্বচালিত পৰ্দা লক</gui> অন থকাটো সুনিশ্চিত কৰক, আৰু ড্ৰপ-ডাউন তালিকাৰ পৰা "
19004 "সময়ৰ দৈৰ্ঘ্য বাছক।"
1885619005
1885719006 #. (itstool) path: item/p
1885819007 #: C/privacy-screen-lock.page:62
1886319012
1886419013 #. (itstool) path: page/p
1886519014 #: C/privacy-screen-lock.page:70
19015 #, fuzzy
1886619016 msgid ""
1886719017 "When your screen is locked, and you want to unlock it, press <key>Esc</key>, "
1886819018 "or swipe up from the bottom of the screen with your mouse. Then enter your "
1886919019 "password, and press <key>Enter</key> or click <gui>Unlock</gui>."
1887019020 msgstr ""
19021 "যেতিয়া আপোনাৰ পৰ্দা লক থাকে, আৰু আপুনি ইয়াক আনলক কৰিব খোজে, <key>Esc</key> "
19022 "টিপক, অথবা আপোনাৰ পৰ্দাৰ তলৰ পৰা আপোনাৰ মাউছৰ সৈতে ওপৰলৈ টানক। তাৰ পিছত "
19023 "আপোনাৰ পাছৱাৰ্ড সুমুৱাওক, আৰু <key>Enter</key> টিপক অথবা <gui>আনলক কৰক</gui> "
19024 "কৰক ক্লিক কৰক।"
1887119025
1887219026 #. (itstool) path: info/desc
1887319027 #: C/screen-shot-record.page:9
1891919073 "If you selected <gui>Select area to grab</gui>, the pointer changes into a "
1892019074 "crosshair. Click and drag the area you want for the screenshot."
1892119075 msgstr ""
19076 "যদি আপুনি <gui>ধৰিবলৈ স্থান বাছক</gui>, পইন্টাৰ এটা ক্ৰচহেয়াৰলৈ সলনি হয়। "
19077 "স্ক্ৰিনশ্বটৰ বাবে স্থানক ক্লিক কৰি ড্ৰেগ কৰক।"
1892219078
1892319079 #. (itstool) path: item/p
1892419080 #: C/screen-shot-record.page:57
1892619082 "In the <gui>Save Screenshot</gui> window, enter a file name and choose a "
1892719083 "folder, then click <gui>Save</gui>."
1892819084 msgstr ""
19085 "<gui>স্ক্ৰিনশ্বট সংৰক্ষণ কৰক</gui> উইন্ডোত, এটা ফাইল নাম সুমুৱাওক আৰু এটা ফোল্ডাৰ "
19086 "বাছক, তাৰ পিছত <gui>সংৰক্ষণ কৰক</gui> ক্লিক কৰক।"
1892919087
1893019088 #. (itstool) path: item/p
1893119089 #: C/screen-shot-record.page:59
1894719105 "Quickly take a screenshot of the desktop, a window, or an area at any time "
1894819106 "using these global keyboard shortcuts:"
1894919107 msgstr ""
19108 "ডেস্কটপ, এটা উইন্ডো, অথবা এটা স্থানৰ যিকোনো সময়ত এই বিশ্বব্যাপী কিবৰ্ড চৰ্টকাটসমূহ "
19109 "ব্যৱহাৰ কৰি এটা স্ক্ৰিনশ্বট লওক:"
1895019110
1895119111 #. (itstool) path: item/p
1895219112 #: C/screen-shot-record.page:70
1898419144 "You can also hold down <key>Ctrl</key> with any of the above shortcuts to "
1898519145 "copy the screenshot image to the clipboard instead of saving it."
1898619146 msgstr ""
19147 "স্ক্ৰিনশ্বট ছবিক সংৰক্ষণ কৰাৰ পৰিৱৰ্তে ক্লিপবৰ্ডলৈ কপি কৰিবলৈ আপুনি ওপৰৰ চৰ্টকাটসমূহৰ "
19148 "যিকোনো এটাৰ সৈতে <key>Ctrl</key> কি ধৰি থব পাৰিব।"
1898719149
1898819150 #. (itstool) path: section/title
1898919151 #: C/screen-shot-record.page:86
1934419506
1934519507 #. (itstool) path: item/p
1934619508 #: C/session-screenlocks.page:53
19509 #, fuzzy
1934719510 msgid ""
1934819511 "If <gui>Automatic Screen Lock</gui> is on, you can change the value in the "
1934919512 "<gui>Lock screen after blank for</gui> drop-down list."
1935019513 msgstr ""
19514 "<gui>স্বচালিত পৰ্দা লক</gui> অন থকাটো সুনিশ্চিত কৰক, আৰু ড্ৰপ-ডাউন তালিকাৰ পৰা "
19515 "সময়ৰ দৈৰ্ঘ্য বাছক।"
1935119516
1935219517 #. (itstool) path: note/p
1935319518 #: C/session-screenlocks.page:59
2487625041 #~ msgid "Hide your name in the top bar"
2487725042 #~ msgstr "ওপৰ বাৰত আপোনাৰ নাম লুকুৱাওক"
2487825043
25044 #~ msgid ""
25045 #~ "Your name is displayed in the <gui>top bar</gui> by default, but you can "
25046 #~ "hide your name to protect your privacy."
25047 #~ msgstr ""
25048 #~ "আপোনাৰ নাম অবিকল্পিতভাৱে <gui>ওপৰ বাৰ</gui> ত প্ৰদৰ্শিত হয়, কিন্তু আপুনি আপোনাৰ "
25049 #~ "গোপনীয়তা ৰক্ষা কৰিবলৈ আপোনাৰ নাম লুকুৱাব পাৰিব।"
25050
2487925051 #~ msgid "To hide your name in the <gui>top bar</gui>:"
2488025052 #~ msgstr "<gui>ওপৰ বাৰ</gui> ত আপোনাৰ নাম লুকুৱাবলৈ:"
2488125053
2488525057 #~ msgstr ""
2488625058 #~ "<guiseq><gui>সংহতিসমূহ</gui><gui>গেপনীয়তা</gui> <gui>নাম &amp; দৃশ্যমানতা</"
2488725059 #~ "gui></guiseq>"
25060
25061 #~ msgid ""
25062 #~ "Set <gui>Stealth Mode</gui> to <gui>On</gui>, or set <gui>Display Full "
25063 #~ "Name in Top Bar</gui> to <gui>Off</gui>."
25064 #~ msgstr ""
25065 #~ "<gui>গোপন অৱস্থা</gui> ক <gui>অন</gui> কৰক, অথবা <gui>ওপৰ বাৰত সম্পূৰ্ণ নাম "
25066 #~ "প্ৰদৰ্শন কৰক</gui> ক <gui>অফ</gui> কৰক।"
25067
25068 #~ msgid ""
25069 #~ "Setting <gui>Stealth Mode</gui> to <gui>On</gui> will also hide your full "
25070 #~ "name when your screen is locked."
25071 #~ msgstr ""
25072 #~ "<gui>গোপন অৱস্থা</gui> ক <gui>অন</gui> কৰিলে আপোনাৰ পৰ্দা লক হওতে আপোনাৰ "
25073 #~ "সম্পূৰ্ণ নাম লুকুৱাব।"
2488825074
2488925075 #~ msgid "Click your name on the <gui>top bar</gui>."
2489025076 #~ msgstr "<gui>ওপৰ বাৰ</gui> ত আপোনাৰ নামত ক্লিক কৰক।"