Codebase list gnome-user-docs / debian/3.30.0-1 gnome-help / as / a11y-stickykeys.page
debian/3.30.0-1
Tree @debian/3.30.0-1 (Download .tar.gz)
a11y-stickykeys.page @debian/3.30.0-1raw · history · blame
<?xml version="1.0" encoding="utf-8"?>
<page xmlns="http://projectmallard.org/1.0/" xmlns:its="http://www.w3.org/2005/11/its" type="topic" style="task a11y" id="a11y-stickykeys" xml:lang="as">
<info>
<link type="guide" xref="a11y#mobility" group="keyboard"/>
<link type="guide" xref="keyboard" group="a11y"/>
<revision pkgversion="3.8.0" date="2013-03-13" status="candidate"/>
<revision pkgversion="3.9.92" date="2013-09-18" status="candidate"/>
<revision pkgversion="3.13.92" date="2014-09-20" status="final"/>
<revision pkgversion="3.18" date="2015-09-28" status="final"/>
<include xmlns="http://www.w3.org/2001/XInclude" href="legal.xml"/>
<credit type="author">
<name>শ্বণ মেকেন্স</name>
<email>shaunm@gnome.org</email>
</credit>
<credit type="author">
<name>ফিল বুল</name>
<email>philbull@gmail.com</email>
</credit>
<credit type="editor">
<name>মাইকেল হিল</name>
<email>mdhillca@gmail.com</email>
</credit>
<credit type="editor">
<name>একাটেৰিনা গেৰাচিমভা</name>
<email>kittykat3756@gmail.com</email>
</credit>
<desc>কি'বৰ্ড চৰ্টকাটসমূহক সকলো কি' একেলগে টিপাৰ পৰিৱৰ্তে এটা সময়ত এটা কি' টিপি টাইপ কৰক।</desc>
</info>
স্টিকি কি'সমূহ  আপোনাক কিবৰ্ড চৰ্টকাটসমূহ সকলো কি' একেলগে ধৰি নথৈ এটা সময়ত এটা কি' ৰূপে টাইপ কৰাৰ অনুমতি দিয়ে। উদাহৰণস্বৰূপ, <keyseq><key xref="keyboard-key-super"> Super</key><key>Tab</key></keyseq> চৰ্টকাটে উইন্ডোসমূহ চুইচ কৰে। স্টিকি কি'সমূহ অন নাথাকিলে, আপুনি দুয়োটা কি' একে সময়তে ধৰি থব লাগিব; স্টিকি কি'সমূহ অন থাকিলে, আপুনি একেটা বস্তু কৰিবলৈ <key>Super</key> টিপি তাৰ পিছত <key>Tab</key> টিপিব।
যদি একাধিক কি' একেলগে ধৰি থবলৈ আপোনাৰ অসুবিধা হয় তেন্তে আপুনি স্টিকি কি'সমূহ অন কৰিব পাৰে।
<steps>
<item>
Open the <gui xref="shell-introduction#activities">Activities</gui> overview and
start typing <gui>Universal Access</gui>.
</item>
<item>
Click on <gui>Universal Access</gui> to open the panel.
</item>
<item>
Press <gui>Typing Assist (AccessX)</gui> in the <gui>Typing</gui>
section.
</item>
<item>
Switch <gui>Sticky Keys</gui> to <gui>ON</gui>.
</item>
</steps>
<note style="tip">
কিবৰ্ডৰ পৰা স্টিকি কি'সমূহ অন অথবা অফ কৰিবলৈ <gui>কিবৰ্ড দ্বাৰা সামৰ্থবান কৰক</gui>  অন্তৰ্গত, <gui>কিবৰ্ডৰ পৰা অভিগম্যতা বৈশিষ্ট্যসমূহ অন কৰক</gui> বাছক। যেতিয়া এই বিকল্প নিৰ্বাচিত থাকে, আপুনি স্টিকি কি'সমূহ সামৰ্থবান অথবা অসামৰ্থবান কৰিবলৈ <key>Shift</key> কি' পাচ বাৰ টিপিব লাগিব।
আপুুনি ওপৰ বাৰত <link xref="a11y-icon">অভিগম্যতা আইকন</link> ক্লিক কৰি আৰু <gui>স্টিকি কি'সমূহ</gui> নিৰ্বাচন কৰি স্টিকি কিসমূহ অন আৰু অফ কৰিব পাৰিব। অভিগম্যতা আইকন দৃশ্যমান হয় যেতিয়া <gui>সাৰ্বভৈমক অভিগম</gui> পেনেলৰ পৰা এটা বা অধিক সংহতি সামৰ্থবান কৰা হয়।
</note>
যদি আপুনি দুটা কি একেলগে টিপে, আপুনি স্টিকি কি'সমূহক নিজস্বভাৱে অস্থায়ীভাৱে বন্ধ কৰাব পাৰে যাতে আপুনি এটা কি'বৰ্ড চৰ্টকাট সাধাৰণভাৱে সুমাব পাৰে।
উদাহৰণস্বৰূপ, যদি আপোনাৰ স্টিকি কি'সমূহ অন আছে কিন্তু <key>Super</key> আৰু <key>Tab</key> একেলগে টিপে, স্টিকি কি'সমূহে আপুনি আন এটা কি' টিপালৈ অপেক্ষা নকৰে যদি আপোনাৰ এই বিকল্প অন থাকে।  অপেক্ষা কৰিব যদি আপুনি এটা কি' টিপে।  উপযোগী যদি আপুনি একেলগে কিছুমান কিবৰ্ড চৰ্টকাট টিপিব পাৰে (উদাহৰণস্বৰূপ, যিবোৰ কি একেলগে থাকে), কিন্তু অন্য নহয়।
ইয়াক সামৰ্থবান কৰিবলৈ <gui>অসামৰ্থবান কৰক যদি দুটা কি' একেলগে টিপা হয়</gui> বাছক।
You can have the computer make a “beep” sound when you start typing a
keyboard shortcut with sticky keys turned on. This is useful if you want to
know that sticky keys is expecting a keyboard shortcut to be typed, so the
next key press will be interpreted as part of a shortcut. Select <gui>Beep
when a modifier key is pressed</gui> to enable this.
</page>