Codebase list gnome-user-docs / debian/3.32.0-1 gnome-help / as / shell-windows-states.page
debian/3.32.0-1
Tree @debian/3.32.0-1 (Download .tar.gz)
shell-windows-states.page @debian/3.32.0-1raw · history · blame
<?xml version="1.0" encoding="utf-8"?>
<page xmlns="http://projectmallard.org/1.0/" xmlns:if="http://projectmallard.org/if/1.0/" type="topic" style="task" version="1.0 if/1.0" id="shell-windows-states" xml:lang="as">
<info>
<link type="guide" xref="shell-windows#working-with-windows"/>
<revision pkgversion="3.4.0" date="2012-03-24" status="candidate"/>
<revision pkgversion="3.13.92" date="2014-09-22" status="candidate"/>
<credit type="author copyright">
<name>শ্বণ মেকেন্স</name>
<email>shaunm@gnome.org</email>
<years>2012</years>
</credit>
<include xmlns="http://www.w3.org/2001/XInclude" href="legal.xml"/>
<desc>অধিক ভালদৰে কাৰ্য্য কৰিবলৈ উইন্ডোসমূহক এটা কাৰ্য্যস্থানত সজাওক।</desc>
</info>
আপুনি অধিক দক্ষতাৰে কাম কৰিবলে উইন্ডোসমূহক স্থানান্তৰ আৰু পুনৰ আকাৰ দিব পাৰিব। আপুনি আশা কৰিব পৰা টনা ব্যৱহাৰৰ অতিৰিক্তে, GNOME  আপুনি উইন্ডোসমূহ দ্ৰুত সংঘটিত কৰাত সহায় কৰিবলে চৰ্টকাট আৰু পৰিবৰ্তকসমূহ প্ৰদান কৰে।
<list>
<item>
Move a window by dragging the titlebar, or hold down
<key xref="keyboard-key-super">Super</key> and drag anywhere in the
window. Hold down <key>Shift</key> while moving to snap the window to the
edges of the screen and other windows.
</item>
<item>
এটা উইন্ডোৰ প্ৰান্ত অথবা চুক টানি এটা উইন্ডোক পুনৰ আকাৰ দিয়ক। পুনৰ আকাৰ দিওতে <key>Shift</key> ধৰি থওক যাতে উইন্ডো পৰ্দা আৰু অন্য উইন্ডোসমূহৰ প্ৰান্তৰ সৈতে খাপ খায়।
শীৰ্ষকবাৰত ডাঙৰ কৰক বুটাম ক্লিক কৰি আপুনি এটা ডাঙৰ অৱস্থাত থকা উইন্ডোক পুনৰ আকাৰ দিব পাৰিব।
</item>
<item>
কেৱল কিবৰ্ড ব্যৱহাৰ কৰি এটা উইন্ডোক স্থানান্তৰ কৰক অথবা পুনৰ আকাৰ দিয়ক। উইন্ডোক স্থানান্তৰ কৰিবলৈ <keyseq><key>Alt</key><key>F7</key></keyseq> টিপক অথবা পুনৰ আকাৰ দিবলৈ <keyseq><key>Alt</key><key>F8</key></keyseq> টিপক। পুনৰ আকাৰ দিবলৈ এৰ কি'সমূহ ব্যৱহাৰ কৰক, তাৰ পিছত সম্পূৰ্ণ কৰিবলৈ <key>Enter</key> টিপক, অথবা প্ৰকৃত অৱস্থান আৰু আকাৰলৈ উভতি যাবলৈ <key>Esc</key> টিপক।
</item>
<item>
পৰ্দাৰ ওপৰলৈ টানি আনি <link xref="shell-windows-maximize">এটা উইন্ডোক সৰ্বাধিক আকাৰলৈ নিয়ক</link> এটা উইন্ডোক এটা কাষত সৰ্বাধিক আকাৰলৈ নিবলৈ, উইন্ডোক পৰ্দাৰ এটা কাষত টানক, আপোনাক <link xref="shell-windows-tiled">উইন্ডোসমূহ কাষে কাষে</link> থোৱাৰ অনুমতি দি।
</item>
</list>
</page>