Codebase list gnome-user-docs / b48ddb4 gnome-help / as / power-suspendfail.page
b48ddb4
Tree @b48ddb4 (Download .tar.gz)
power-suspendfail.page @b48ddb4raw · history · blame
<?xml version="1.0" encoding="utf-8"?>
<page xmlns="http://projectmallard.org/1.0/" type="topic" style="problem" id="power-suspendfail" xml:lang="as">
<info>
<link type="guide" xref="power#problems"/>
<link type="guide" xref="hardware-problems-graphics"/>
<link type="seealso" xref="hardware-driver"/>
<revision pkgversion="3.4.0" date="2012-02-20" status="review"/>
<revision pkgversion="3.18" date="2015-09-28" status="final"/>
<desc>Some computer hardware causes problems with suspend.</desc>
<credit type="author">
<name>GNOME তথ্যচিত্ৰ প্ৰকল্প</name>
<email>gnome-doc-list@gnome.org</email>
</credit>
<credit type="author">
<name>একাটেৰিনা গেৰাচিমভা</name>
<email>kittykat3756@gmail.com</email>
</credit>
<include xmlns="http://www.w3.org/2001/XInclude" href="legal.xml"/>
</info>
If you <link xref="power-suspend">suspend</link> your computer, then try to
resume it, you may find that it does not work as you expected. This could be
because suspend is not supported properly by your hardware.
যদি আপুনি আপোনাৰ কমপিউটাৰ স্থগিত কৰে আৰু তাৰ পিছত এটা কি' টিপে অথবা মাউছ ক্লিক কৰে,  সাৰ পাব লাগে আৰু আপোনাৰ পাছৱাৰ্ড বিচাৰি এটা পৰ্দা প্ৰদৰ্শন কৰিব লাগে। যদি এনেকুৱা নহয়, পাৱাৰ বুটাম টিপি চাওক (ইয়াক টিপি নধৰিব, কেৱল এবাৰ টিপিব)।
If this still does not help, make sure that your computer’s monitor is
switched on and try pressing a key on the keyboard again.
শেষ উপায় ৰূপে, কমপিউটাৰক তাৰ পাৱাৰ বুটাম ৫-১০ ছেকেণ্ডৰ বাবে ধৰি থৈ বন্ধ কৰক, যদিও আপুনি এনে ধৰণে কোনো অংসৰক্ষিত কাৰ্য্য হেৰুৱাব। আপুনি তাৰ পিছত কমপিউটাৰ পুনাৰম্ভ কৰিব পাৰিব লাগে।
যদি  প্ৰতিবাৰ আপুনি কমপিউটাৰ স্থগিত কৰোতে হয়, স্থগিত বৈশিষ্ট্য আপোনাৰ হাৰ্ডৱেৰৰ সৈতে কাৰ্য্য নকৰিব পাৰে।
<note style="warning">
যদি আপোনাৰ কমপিউটাৰে শক্তি হেৰুৱায় আৰু ইয়াৰ কোনো বৈকল্পিক শক্তি যোগান নাথাকে (যেনে এটা কাৰ্য্যকৰী বেটাৰি),  বন্ধ হব।
</note>
If you suspend your computer and then resume it again, you
may find that your internet connection, mouse, or some other device does not
work properly. This could be because the driver for the device does not
properly support suspend. This is a <link xref="hardware-driver">problem with the driver</link> and not the device
itself.
যদি ডিভাইচৰ এটা পাৱাৰ চুইচ থাকে, তাক বন্ধ কৰি আকৌ আৰম্ভ কৰি চাওক। বেছিৰভাগ ক্ষেত্ৰত, ডিভাইচ আকৌ কাৰ্য্য কৰা আৰম্ভ কৰিব।  এটা USB কেবুল অথবা সদৃশৰ সৈতে সংযোগ কৰে, ডিভাইচক আনপ্লাগ কৰক আৰু আকৌ প্লাগ ইন কৰি চাওক  কাৰ্য্য কৰে নে।
If you cannot turn off or unplug the device, or if this does not work, you
may need to restart your computer for the device to start working again.
</page>